• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

কমনৱেল্‌থ গেইমছৰ দুই বীৰাংগনা মীৰাবাই চানু আৰু সঞ্জিতা চানুক গৃহৰাজ্যত বিপুল আদৰণি

NE NOW NEWS সভাপতি চামম
ইম্ফল , April 26, 2018 11:17 pm

1 min read

Mirabai
76
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ গ’ল্ড কষ্টত সদ্য সমাপ্ত ২১ সংখ্যক কমনৱেল্‌থ গেইমছত চমকপ্ৰদ সফলতা দাঙি ধৰা মণিপুৰৰ দুগৰাকী মহিলা ভাৰোত্তলক ক্ৰমে মীৰাবাই চানু আৰু সঞ্জিতা চানুক আজি গৃহ ৰাজ্যলৈ ঘূৰি অহাৰ পিছত সমৰ্থক, ক্ৰীড়াপ্ৰেমী, ক্ৰীড়া সংগঠক, বিভিন্ন ক্ৰীড়া সংঘ, ছাই, ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগ, উদীয়মান খেলুৱৈ আদিয়ে উষ্ম আদৰণি জনায়।

ফুলৰ থোপা, মালা আৰু জয়ধ্বনিৰে বীৰাংগনা খেলুৱৈ দুগৰাকীক ব্যতিক্ৰম ধৰণে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক দুগৰাকীক তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সৈতে দুখন সুসজ্জিত গাড়ীত ইম্ফলস্থিত খুমান লেম্পাক স্প’ৰ্টছ কমপ্লেক্সলৈ লৈ যোৱা হয় আৰু তাত এটা চমু সম্বৰ্ধনা অনুষ্ঠানৰ মাজেৰে দুয়োকে সন্মান জনোৱা হয়।

উল্লেখযোগ্য যে বিশ্ব মানৰ প্ৰতিযোগিতাখনত মীৰাবাই চানু আৰু সঞ্জিতা চানুৱে ভাৰোত্তোলনত স্বৰ্ণ জয় কৰিছিল। স্বৰ্ণ জয়ৰ পথত মীৰাবায়ে ৪৮ কেজিৰ শাখাত মহিলাৰ ভাৰোত্তোলনৰ  কমনৱেল্‌থ গেইমছ ৰেকৰ্ড ভংগ কৰিছিল। তেওঁৰ পদকটোৱেই আছিল প্ৰতিযোগিতাখনত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক।

আনহাতে সঞ্জিতা চানুৱে ৫৩ কেজিৰ শাখাত স্বৰ্ণ জয় কৰিছিল। মন কৰিব লগীয়া কথাটো হ’ল মণিপুৰৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে এই বিশ্বমানৰ প্ৰতিযোগিতাখনত অংশ লৈছিল। মণিপুৰৰ জ্যেষ্ঠ বক্সিং খেলুৱৈ মেৰী কমেও স্বৰ্ণ জয় কৰিছিল।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd