DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলাক্ষেত্রত সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন শীৰ্ষক কৰ্মশালাৰ আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2018 12:19 pm
Society for Srimanta Sankaradeva (16.06.2018
638
VIEWS
Share on FacebookShare on Twitter

মহাপুৰুষ  শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজিৰ প্রচাৰ আৰু প্রসাৰত ব্রতী আন্তৰ্জাতিক সংগঠন ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱৰ উদ্যোগত আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সহযোগত অহা ২জুলাইৰ পৰা ৬জুলাই লৈ কলাক্ষেত্র প্রাঙ্গণত “সাঁচিপতীয়া পাণ্ডুলিপি প্রস্তুতকৰণ আৰু শঙ্কৰী শৈলীত অঙ্কন” শীৰ্ষক এখনি কৰ্মশালাৰ আয়োজন কৰা হৈছে।

এই কৰ্মশালাত সাঁচিপতীয়া পুথি, হেঙুল-হাইতাল আদি পৰম্পৰাগত ৰং আৰু মহীৰ প্রস্তুত প্রণালীৰ বিষয়ে প্রশিক্ষণ প্রদান কৰাৰ লগতে শঙ্কৰী শৈলীতে পুথিচিত্র অঙ্কনৰ ওপৰতো বিশেষ প্রশিক্ষণ প্রদান কৰা হ’ব।

উল্লেখযোগ্য যে ছ’চাইটি ফৰ শ্রীমন্ত শংকৰদেৱে ২০১৩ বৰ্ষৰ পৰাই প্রতি বছৰে অসমৰ বিভিন্ন ঠাইত এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ জৰিয়তে অসমৰ পুথিচিত্র  চৰ্চাৰ ক্ষেত্রখনত এক নতুন অধ্যায় সংযোজিত হৈছে। পাঁচদিনীয়া এই কৰ্মশালাত প্রশিক্ষণ প্রদান কৰিব অসমৰ খ্যাতিমান পুথিচিত্র শিল্পী মৃদু মৌচম বৰাই।

ৰাজ্যিক পৰ্য্যায়ৰ কৰ্মশালাত অংশ গ্রহণ কৰিব বিচৰা প্রশিক্ষাৰ্থী সকলক ২৫ জুনৰ ভিতৰত ৯৪০১৩৮৩৫১৭ অথবা ৭০০২৭২৮৬৭৪ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোগক্তা সমিতিয়ে আহ্বান জনাইছে।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd