• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাক্ষেত্ৰত বিজেপিৰ ‘যুৱ প্ৰবাহ লক্ষ্য ১৯’ত যুৱ মৰ্চাৰ সভাপতি পুনম মহাজন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2018 12:28 pm
ATTACHMENT
102
VIEWS
Share on FacebookShare on Twitter

আগন্তক লোকসভা নিৰ্বাচনত দলৰ ভেটি শক্তিশালী কৰিবলৈ কালি গুৱাহাটীত উপস্থিত হোৱা বিজেপি যুব মৰ্চাৰ সভাপতি পুনম মহাজনে আজি মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এখন বিশেষ সভাত অংশগ্ৰহণ কৰিছে।

কাৰ্যতঃ ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে নিজৰ স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্য এই তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।যুৱ প্ৰজন্মৰ মাজত দলটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰি পৰৱৰ্তী নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো দলটোৰ এই কুচকাৱাজ লক্ষণীয়।

উল্লেখযোগ্য যে ইতিমধ্যে সম্পূৰ্ণ অসমীয়া সাজপাৰ আৰু অসমীয়া আ অলংকাৰেৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈছে বিজেপি যুৱ মৰ্চাৰ সভাপতি পুনম মহাজন।

আনহাতে অনুষ্ঠানটোত অংশগ্ৰহণৰ উদ্দেশ্য কলাক্ষেত্ৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মন, মন্ত্ৰী পীয়ূষ হাজৰিকা, তপন গগৈ সাংসদ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভড়ালী।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আগন্তুক লোকসভা নিৰ্বাচনত সাংগঠনিক সক্ৰিয়তা বৃদ্ধি কৰাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে অহা ২০ মে’ত গুৱাহাটীত ‘নেডা’ৰ এখন সভা সম্বোধন কৰিব। লগতে উত্তৰ- পূৰ্বাঞ্চলৰ মুখ্য মন্ত্ৰীসকলৰ লগতো মত বিনিময় কৰিব।

যোৱা ২৬ মাৰ্চত অনুষ্ঠিত বুথ সভাপতিৰ সন্মিলনত উপস্থিত থাকি অমিত শ্বাহে উত্তৰ- পূবৰ ২৫ খন লোকসভাৰ ২১ খন আসনেই বিজেপিৰ দখললৈ আহিব বুলি দাবী কৰিছিল। সেয়েহে পুনৰ উত্তৰ- পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীতে উত্তৰ- পূবৰ বিজেপিশাসিত মুখ্য মন্ত্ৰীসকল আৰু নেডাৰ কাৰ্যকৰ্তাৰ সৈতে সাংগঠনিক দিশটো অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্য এক আলোচনাত মিলিত হ’ব শ্বাহ।

তাৰ পূৰ্বে বিজেপি যুৱ মৰ্চাই আয়োজন কৰা যুৱ প্ৰবাহ লক্ষ্য ২০১৯ কাৰ্যসূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ।

 

 

 

 

Recent News

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd