• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত মোমাই তামুলী বৰুৱা সেউজী ধৰণী আচঁনিৰ শুভাৰম্ভ মন্ত্ৰী কেশৱ মহন্তৰ

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , April 30, 2018 1:31 pm

1 min read

ATTACHMENT
152
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰীৰ প্ৰদূষণমুক্ত অসম গঢ়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কলিয়াবৰত আজি পুৱা শুভাৰম্ভ কৰা হ’ল মোমাই তামুলী বৰুৱা সেউজী ধৰণী আচঁনি।

আচঁনিখনৰ জৰিয়তে কলিয়াবৰৰ পূবপূবথীয়া গাঁও পঞ্চায়তৰ সমূহ গাঁৱৰ প্ৰতিঘৰ গৃহস্থৰ পদূলি, বাট-পথত আৰু কুঁৱৰীটোলৰ পৰা শান্তিপুৰ, চামধৰা ,শিলঘাট, সোণাৰি গাঁও হৈ জখলাবন্ধা হস্পিতাল চাৰিআলিলৈ প্ৰায় পোন্ধৰ কিলোমিটাৰ পথৰ দুয়োকাষে স্থানীয় ফল- মূল, অশোক ফুলৰ গছ ৰোপণেৰে এটা সেউজী পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হ’ব ।

উল্লেখযোগ্য যে এটা সপ্তাহৰ ভিতৰত এই আঁচনিখন সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই উপলক্ষে তেলিয়াগাঁৱত এখন সভা অনুষ্ঠিত কৰি বৃক্ষৰোপণেৰে আচঁনিখনৰ শুভাৰম্ভ কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই।

আনহাতে এই আঁচনিৰ অধীনত নগাঁও আৰক্ষীয়ে পৰিৱেশ সংৰক্ষণৰ বাবে গ্ৰহণ কৰে গ্ৰীন নগাঁও পুলিচ নামেৰে এখন আচঁনি। সোমবাৰে কলিয়াবৰ আৰক্ষী নিৱেশত গছপুলি ৰোপণ কৰি আৰম্ভ কৰা হয়  ‘গ্ৰীণ নগাঁও পুলিচ’ আঁচনিখনৰ।

উল্লেখযোগ্য যে ‘গ্ৰীণ নগাঁও পুলিচ’ আচঁনিৰ জৰিয়তে সামৰি লোৱা হ’ব নগাঁও জিলাৰ ৪৬ খন আৰক্ষী নিৱেশ আৰু আউট পোষ্টক।

সোমবাৰৰ দুয়োটা অনুষ্ঠানতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসমৰ মুখ্য বন সংৰক্ষক, নগাঁৱৰ আৰক্ষী অধীক্ষক, মহকুমাধিপতি আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।

 

 

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd