DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত শোকাবহ পথ দুৰ্ঘটনা : আহত ৫ জন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 10:59 am
দুর্ঘটনাগ্রস্ত বাহনখন

দুর্ঘটনাগ্রস্ত বাহনখন

86
VIEWS
Share on FacebookShare on Twitter

পৰশুৰাম কুণ্ডৰ পৰা নগাঁৱৰ পুৰণিগুদাম অভিমুখে আহি থকা অৱস্থাতে কলিয়াবৰৰ চতিয়ালত এখন স্কৰপিঅ’ বাহন দুৰ্ঘটনা গ্ৰস্ত হয়।

জানিব পৰা মতে পুৰণিগুডামৰ পৰা পৰশুৰাম কুণ্ডলৈ দলটো বনভোজ খাবৰ বাবে গৈছিল। কিন্তু ঘুৰি অহাৰ পথতে বাহনখন দুৰ্ঘটনাত পতিত  হয়।  AS 12F 2626 নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত বাগৰি পৰে।

পুৱতি নিশা প্ৰায় ৪:০০ মান বজাত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি কলিয়াবৰ থানাৰ আৰক্ষী সুত্ৰই জানিবলৈ দিয়ে। আনহাতে এই দুৰ্ঘটনাটোত ৫ জন লোক গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজনকে স্থানীয় ৰাইজৰ তৎপৰতাত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

কিন্তু চিকিৎসকে আহত ৫ জন লোকৰ আঘাত  গুৰুতৰ হোৱা বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আহত হোৱা লোক কেইজনৰ পৰিচয় জানিব পৰা নাই।

দুৰ্ঘটনাটো সংঘটিতহোৱাৰ প্ৰায় ২০ মিনিট পিছত কলিয়াবৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰি থানালৈ অনাৰ ব্যবস্থা কৰে।

Recent News

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

ইজিপ্তত ৪,০০০ বছৰৰ পিছত উদ্ধাৰ হৈছে সোণেৰে মেৰিয়াই থোৱা এটা মমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd