DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত উদযাপন শ্ৰমিক দিৱস: প্ৰয়াত লীলাকান্ত বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
May 1, 2018 2:35 pm
IMG_20180501_121405
103
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ শ্ৰমিক এক হোৱাৰ আহ্বানৰে সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে শ্ৰমিক দিৱস। সেইদৰে কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ কৰ্মী পৰিষদেও বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিছে শ্ৰমিক দিৱস ।

শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আজিৰ দিনটোতে কলিয়াবৰৰ প্ৰথম গৰাকী বিধায়ক প্ৰয়াত লীলাকান্ত বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়।

উল্লেখযোগ্য যে শিলঘাটৰ অসম সমবায় মৰাপাট কল প্ৰতিষ্ঠা কৰি সমবায়খণ্ডৰ ব্যাপক পৰিৱৰ্তন অনাৰ লগতে সহস্ৰাধিক পৰিয়ালৰ সংস্থাপনৰ পথ প্ৰদৰ্শক আছিল লীলাকান্ত বৰা।

IMG_20180501_121130

আজি দেশৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ লাভজনক উদ্যোগ অসম সমবায় মৰাপাট কলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লীলাকান্ত বৰাৰ প্ৰতিমুৰ্তি উন্মোচন কৰে মৰাপাটকলটোৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ মহন্তই।

শ্ৰমিক দিৱসৰ দিন যোৰা কাৰ্যসূচী অনুসৰি মুকলি সভা, বাৰেৰহনীয়া কৃষ্টি আৰু আমন্ত্রিত শিল্পীৰ দ্বাৰা “গানে মাতে এৰাতি “শীৰ্ষক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হোৱা বুলি আয়োজকে জানিবলৈ দিয়ে।

Recent News

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

দেশখনত চতুৰ্থটো শক্তিশালী ভূমিকম্প; আজি পুনৰ ভূমিকম্পই জোকাৰি গ’ল তুৰস্ক

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd