• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত সংঘটিত দুৰ্ঘটনাৰ ফলত বলেৰ’ পিকআপ-ভেন পৰিল ২০ ফুট দ’ খাৱৈত

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , May 4, 2018 7:06 pm

1 min read

কলিয়াবৰত সংঘটিত দুৰ্ঘটনাৰ ফলত বলেৰ’ পিকআপ-ভেন পৰিল ২০ ফুট দ’ খাৱৈত
83
VIEWS
Share on FacebookShare on Twitter
আজি বিয়লি ৩.৩০ মান বজাত কলিয়াবৰৰ বুঢ়াপাহাৰৰ দেওপানী দলঙৰ সমীপত সংঘটিত দুৰ্ঘটনাৰ ফলত এখন বলেৰ’ পিক-আপ ভানে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ২০ ফুট দ’ খাৱৈত পৰেগৈ।
বোকাখাতৰ পৰা নগাঁও অভিমুখী এ এছ ০২ বি চি ২৫৭৬ নম্বৰৰ বলেৰ’ পিক-আপ ভানখনে দেওপানী দলঙৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দ খাৱৈত। দুৰ্ঘটনাটোৰ ফলত বাহনখনৰ চালকসহ তিনিজনকৈ আৰোহী গুৰুতৰভাৱে আহত হয়।
ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে জখলাবন্ধা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আহত লোক কেইজনক ততালিকে জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ ব্যৱস্থা কৰে।
তীব্ৰগতিৰে গাড়ী চলোৱাৰ বাবে নিয়ন্ত্ৰণ কৰিব নোৱাৰি উক্ত ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd