• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ অৰ্থনৈতিক আন্দোলন শুভাৰম্ভণি কৰে আছু নেতা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই

NE NOW NEWS ৰমণী শৰ্মা
কলিয়াবৰ , March 17, 2018 6:25 pm

1 min read

কলিয়াবৰৰ অৰ্থনৈতিক আন্দোলন শুভাৰম্ভণি কৰে আছু নেতা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই
123
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত কলিয়াবৰত স্থানীয় চাহিদা পূৰণৰ লক্ষ্যৰে আৰম্ভ হ’ল থলুৱা গামোচা উৎপাদনৰ অভিলাষী প্ৰকল্প।

শিপিনী সকলে যাতে তাঁতত বহিয়ে সপোন ৰচিব পাৰে, শিপিনী সকল স্বাৱলম্বী হৈ আগুৱাব পাৰে তাৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু অসম উন্নতি সভাই আয়োজন কৰা নিজ চিলাবন্ধা গাঁৱত অৰ্থনৈতিক আন্দোলনৰ শুভাৰম্ভণি কৰে অাছুনেতা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱক শিপিনী গাঁৱৰ স্বীকৃতি প্ৰদান কৰি গাঁৱৰ মহিলাৰ প্ৰতিভাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হয়। এই অনুষ্ঠানটোত কলিয়াবৰৰ ১৬ খন গাঁৱৰ শিপিনীৰ প্ৰতিনিধিৰ দলে অংশ গ্ৰহণ কৰে।

আনহাতে উক্ত অনুষ্ঠানটোত উপস্থিত থকা জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে কয় যে উদ্যোগটো যাতে অসমৰ চানেকি স্বৰূপ হয়। লগতে বহিঃৰাজ্যৰ পৰা অহা গামোচাক বিদায় দি এই থলুৱা শিপিনীয়ে বোৱা গামোচাক ৰাইজে আদৰিবলৈ ল’বলৈ আহ্বান জনায়।

ইফালে জনপ্রিয় অভিনেত্ৰী গৰাকীয়ে নিজেও এগৰাকী নাৰী হৈ এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ পাই গৌৰৱাম্বিত হোৱা বুলি মত প্ৰকাশ কৰে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd