• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ জখলাবন্ধাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড

NE NOW NEWS ৰিদীপ শৰ্মা
কলিয়াবৰ , May 3, 2018 7:03 am

1 min read

Screenshot_20180502_230749
79
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াৰ ব্যৱসায়িক এলেকাত অৱস্থিত এখন লাইন হোটেলত বুধবাৰে সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড।

এখন বন্ধ হোটেলৰ ৰান্ধনি গৃহত সংঘটিত এই অগ্নিকাণ্ডই জখলাবন্ধাত বহু সময় ধৰি অঞ্চলটোৰ বাসিন্দাসকলক আতংকিত কৰি ৰাখে।

আক্ৰম খান নামৰ ব্যৱসায়ীজনৰ হোটেলত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয়। জখলাবন্ধাৰ একেবাৰে মাজমজিয়াত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ফলত চাৰিওপিনে হুৱা দুৱা লাগে।

Screenshot_20180502_230733

অৱশ্যে,আৰক্ষী আৰু কলিয়াবৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত এই বিধংসী অগ্নিকাণ্ডটো নিৰ্বাপিত হয় আৰু অধিক ক্ষতি হোৱাৰ পৰা অঞ্চলটো ৰক্ষা পৰে।

জানিব পৰা মতে মেৰামতিৰ কাম চলি থকাৰ বাবে কিছুদিন ধৰি হোটেলখন বন্ধ হৈ আছিল। বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আনহাতে এই  অগ্নিকাণ্ডৰ ফলত হোটেলখনৰ বহু সা-সামগ্ৰী ভস্মীভূত হয়।

আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত সৌভাগ্যক্ৰমে কাষৰীয়া ব্যৱসায়িক প্ৰতিষ্ঠান সমুহৰ লগতে স্থানীয় আৱাসিক অঞ্চলটো অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে।

 

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd