• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাইলৈৰ পৰা ৯ মে’লৈ গুৱাহাটী মহানগৰীত বন্ধ থাকিব অ’লা- উবেৰৰ চলাচল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 6, 2018 12:25 pm

1 min read

ola
105
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন দাবীৰ সমৰ্থনত সদৌ অসম কেব অপাৰেটৰ সন্থাই জনোৱা ৭২ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বানৰ ফলত কাইলৈ ৭ মে’ৰ পৰা ৯ মে’লৈ মহানগৰীত বন্ধ থাকিব অ’লা- উবেৰৰ চলাচল।

দীৰ্ঘদিন ধৰি অ’লা আৰু উবেৰ কৰ্তৃপক্ষক সদৌ অসম কেব অপাৰেটৰ সন্থাই কেব চালকসকলৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে দাবী জনাই আহিছিল। কিন্তু অ’লা আৰু উবেৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবী সমূহ গুৰুত্বসহকাৰে নোলোৱাৰ অভিযোগ উত্থাপন কৰি কাইলৈৰ পৰা তিনিদিনীয়া বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে অহা কাইলৈৰ পৰা অ’লা- উবেৰ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত মহানগৰবাসীয়ে চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাটো নিশ্চিত।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দৈনিক ৮ ঘণ্টা কামৰ বিনিময়ত অ’লা- উবেৰ সন্থাই প্ৰতিদিনে সকলো খৰচৰ অন্তত মালিক-চালকক ন্যূনতম ২,৫০০ টকাকৈ আদায় দিয়া সন্দৰ্ভত সন্থাই চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে। লগতে গুৱাহাটীৰ ঠেক বাট-পথ আৰু অভাৱনীয় হাৰত বৃদ্ধি পোৱা গাড়ীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি কেব প্ৰতিষ্ঠানসমূহত নতুনকৈ বাহন পঞ্জীয়নত চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ বিচাৰে সন্থাই।

আনহাতে সদৌ অসম কেব অপাৰেটৰ সন্থাৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে সংবাদ মাধ্যমক জানিবলৈ দি কয় যে অলা আৰু উবেৰ কৰ্তৃপক্ষৰ স্বৈৰাচাৰিতাৰ কাৰণে প্ৰথমবাৰৰ বাবে সন্থাই কেব সেৱা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে।

 

 

Recent News

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd