• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাইলৈ দিনটোত অসমত অসমীয়া ভাষা থাকিবনে নাথাকে, অসমীয়া সংখালঘু হ’ব নেকি -সেই দুটা কথা নিৰ্ণয় হ’ব : অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 6, 2018 10:07 pm
AkhilGogoi
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“গুৱাহাটীত কাইলৈ, অৰ্থাৎ ৭ মে’ত হ’ব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিত অংশগ্ৰহণৰ বাবে ১২৭টা দল-সংগঠনে আৱেদন কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে শ শ দল-সংগঠন থকাৰ পিছতো মাত্ৰ ১২৭টা দল-সংগঠনেহে শুনানিত উপস্থিত থকাৰ বাবে আৱেদন জনাইছে। ইয়াৰ বিপৰীতে বৰাক উপত্যকাত ৩ শতাধিক সংগঠনে শুনানিৰ বাবে আবেদন জনাইছে।” এই মন্তব্য কৰিছে কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন সন্দৰ্ভত আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত শুনানি গ্ৰহণ কৰা হ’ব। এই উদ্দেশ্যে দিল্লীৰ পৰা ইতিমধ্যে অসম আহি পাইছে যুটীয়া সংসদীয় কমিটীৰ প্ৰতিনিধি দল।

Apply Now

অখিল গগৈয়ে লগতে কয়, “অসমত অসমীয়া চিনেমা চাবৰ কাৰণে বিভিন্ন শিল্পীয়ে, সংবাদ মাধ্যমে, ৰাজনৈতিক নেতাসকলে আন্দোলন প্ৰতিবাদ কৰে। কিন্তু দুৰ্ভাগ্যজনক কথা অসমত অসমীয়া চিনেমা চাবলৈ, গান শুনিবলৈ কোৱা শিল্পীসকলে অসমীয়া গল্প-কবিতা লিখা সাহিত্যিকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা দেখা নাই, অথবা শুনানিত অংশগ্ৰহণৰ বাবে ইচ্ছা প্ৰকাশ কৰা নাই। যিসকল শিল্পী-সাহিত্যিকে অসমীয়া চিনেমা-গান-কবিতাৰ বাবে আন্দোলন কৰে সেইসকলক আমি খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয় প্ৰাংগণত অৱস্থান লোৱাৰ বাবে আহ্বান জনাইছো।”

আনহাতে তেওঁ এই জ্বলন্ত বিষয়টোত অসম সাহিত্য সভাৰ স্থিতি সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয়, “সাহিত্য সভাৰ সক্ৰিয়তা ক’তো দেখা নাই। সাহিত্য সভাই দেখোন ব্যৱসায়ী, দোকানী সকলে অথবা কাৰ্য্যালয়ৰ ফলকত অসমীয়া ভাষা নিলিখিলে ক’লা ৰঙ লগাইগৈ। কিন্তু দুৰ্ভাগ্যজনক কথা অসমৰ আৱেগ জড়িত হৈ থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কিন্তু কোনো আৱেগিক আন্দোলন গঢ়ি তোলা নাই।”

তেওঁ লগতে কয়, “আটাইতকৈ ডাঙৰ কথা অসম সাহিত্য সভাৰ সভাপতিগৰাকীক কালি ফোন কৰোঁতে তেওঁ শুনানিত উপস্থিত থাকিব নোৱাৰিম বুলিহে ক’লে।

যদি কাইলৈৰ শুনানিত অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু জিলা সমিতিৰ সভাপতি সকলে অংশগ্ৰহণ নকৰে তেন্তে সেয়া সমগ্ৰ অসমবাসীৰ বাবে বিশ্বাসঘাতকতাৰ দিন হ’ব।

তেওঁলোকে যদি শুনানিত অংশগ্ৰহণৰ বাবে সময় নাপায়, তেন্তে বাহিৰত হ’লেও যাতে স্মাৰক পত্ৰ প্ৰদান কৰে। এয়া আমাৰ অসম সাহিত্য সভাৰ প্ৰতি আহ্বান।”

আনহাতে তেওঁ ৰাজনৈতিক দল বিলাকো শুই আছে বুলি অভিযোগ কৰে। “অসম গণ পৰিষদে এতিয়ালৈকে সক্ৰিয় ভূমিকা লোৱা নাই। কংগ্ৰেছ, বি পি এফ আৰু এ আই য়ু ডি এফে সক্ৰিয় ভূমিকা লোৱা নাই।” তেওঁ কয়।

“বিজেপি আৰ এছ এছে বিলখন পাছ কৰাৰ ক্ষেত্ৰত সংগঠন সমূহক স্পনছ’ৰ কৰি আছে। অসমৰ পৰা ১০০০ আৱেদন নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে যোৱাৰ বিপৰীতে ৮০০০ আৱেদন গৈছে গৃহীত কৰাৰ সপক্ষে।” গগৈয়ে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

বোকাখাতত পাম অইল খেতিক লৈ উত্তপ্ত পৰিস্থিতি, খিলঞ্জীয়াৰ চৰণীয়া ভূমিত হাত নিদিবলৈ জীপালৰ সজোৰ হুংকাৰ

September 29, 2026 5:01 pm
আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd