DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ গঁড় হত্যাত জড়িত চোৰাংচিকাৰী গ্ৰেপ্তাৰ : আৰক্ষীয়ে উদ্ধাৰ কৰিলে বৃহৎ অস্ত্ৰ-শস্ত্ৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
February 16, 2018 10:55 am
Representative Image
91
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙাৰ পলকতা চাপৰিত যোৱা ১১ ফেব্ৰুৱাৰীত সংঘটিত গঁড় হত্যাৰ লগত জড়িত দুৰ্ধৰ্ষ চোৰাংচিকাৰী নুৰ হকক ১৫ ফেব্ৰুৱাৰীত বন বিভাগে  গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰৰ পিছতে নিশা চিকাৰীজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে  ভালে সংখ্যক অস্ত্ৰ শস্ত্ৰ৷

উল্লেখযোগ্য যে ১৫ ফেব্ৰুৱাৰীত কাজিৰঙাৰ নৰ্ডান ৰেঞ্জৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱা , জিনজিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল কুমাৰ দাস আৰু বৰগাং আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত যোৱা আৰক্ষী আৰু বনবিভাগৰ এটা অভিযানকাৰী দলে বিশ্বনাথৰ বৰ জাৰণি অঞ্চলৰ পৰা চোৰাং চিকাৰী নুৰ হকক গ্ৰেপ্তাৰ কৰিছিল৷

গ্ৰেপ্তাৰৰ পিছতে বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত চলাই যোৱা নিশা নুৰ হকৰ চিলামাৰীত থকা বাসগৃহৰ সমীপৰ পৰাই চাইলেঞ্চাৰ সহ এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু ৩২ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে৷ আমালৈ অহা শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ধৃত চোৰাং চিকাৰীজনৰ পৰা আৰু অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়ে যে গঁড় হত্যাৰ পিছৰ পৰাই নুৰ হকে বৰ জাৰনিত থকা নিজৰ ভগ্নীৰ ঘৰত আত্মগোপন কৰি আছিল৷

উল্লেখযোগ্য যে ৰাজ্যৰ বন বিভাগ আৰু আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা বন্য প্ৰাণী সমূহক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে যদিও নুৰ হকৰ দৰে হত্যাকাৰীৰ গ্ৰেপ্তাৰ ৰাজ্যৰ প্ৰকৃতি প্ৰেমীৰ বাবে কিছু আশা ব্যঞ্জক খবৰ।

Recent News

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd