DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙত অভিজিৎ-নিলোৎপলৰ প্ৰতিমুৰ্তি স্থাপন কৰা হ’ব : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 26, 2018 11:17 pm
KAAC members at Guwahati
81
VIEWS
Share on FacebookShare on Twitter

ডকমকা কাণ্ডত নিহত হোৱা অভিজিৎ-নিলোৎপলৰ বাসগৃহত পলমকৈ হ’লেও আজি উপস্থিত হ’ল কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ এটা প্ৰতিনিধি দল।

স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাংৰ নেতৃত্বত যোৱা সজাতি দলটোয়ে কাৰ্বি আংলঙত নিলোৎপল-অভিজিতৰ প্ৰতিমুৰ্তি স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে।

প্ৰতিনিধি দলটো প্ৰথমে অভিজিতৰ বাসগৃহত উপস্থিত হয়। আনহাতে, অভিজিতৰ পিতৃ-মাতৃয়ে কাৰ্বি স্বায়ত্ত পৰিষদৰ ফালৰ পৰা ঘোষণা কৰা ৫ লাখ টকা ল’বলৈ অমান্তি হয়। ইয়াৰ পৰিৱৰ্তে অভিজিতৰ পিতৃয়ে সাহায্যৰ ধন সমজুৱা উন্নয়নমূলক কামত ব্যৱহাৰ কৰাৰ বাবে কাৰ্বি স্বায়ত্ত পৰিষদক আহ্বান জনায়।

উল্লেখযোগ্য যে, তুলিৰাম ৰংহাঙে দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি সংবাদ মাধ্যমৰ আগত কয়, ‘গোপনভাৱে শাস্তি প্ৰদান কৰিলে আমি মানি নলওঁ, দোষীয়ে ৰাজহুৱা শাস্তি পাব লাগিব।’

আনহাতে, নীলোৎপল দাসৰ পিতৃয়ে প্ৰতিমুৰ্তি স্থাপনৰ স্থানৰ ক্ষেত্ৰত তেওঁৰ কোনো ক’বলগীয়া নাই বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰতিনিধি দলটোত থকা আন আন সদস্য কেইগৰাকী হৈছে কাৰ্যবাসী সদস্য ৰাজু টিছো, ৰুপসিং তেৰণ, পৰিষদৰ সদস্য হৰেন সিং বে, লুংসিং তেৰণ।

Recent News

teen kills one-year-old girl

জিঘাংসু প্ৰতিশোধ: এটা চৰৰ প্ৰতিশোধ ল’বলৈয়ে এবছৰীয়া কন্যা শিশুক পানীত পেলাই হত্যা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

মহাসতী ৰাধিকাৰ স্মৃতি দিৱস উদযাপন, অসমীয়া সমাজক মহীয়ান কৰা মহাসতী ৰাধিকা দৰাচলতে কোন আছিল ?

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

আম আদমি পাৰ্টীত যোগদান এআইউডিএফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd