• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ ঘটনা : সোপাধৰাক লৈ ভুৱা মেছেজ ভাইৰেল কৰা যুৱকক আৰক্ষীৰ আটক

NE NOW NEWS এন ই নাও নিউজ
ডিফু , June 10, 2018 9:24 am

1 min read

কাৰ্বি আংলঙৰ ঘটনা : সোপাধৰাক লৈ ভুৱা মেছেজ ভাইৰেল কৰা যুৱকক আৰক্ষীৰ আটক
88
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত সোপাধৰাক লৈ অপপ্ৰচাৰ চলোৱা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক জন ডিফুৰ ৰংপাঙৰিৰ নিৱাসী ভূপেন্দ্ৰ তেৰাং বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এই ভূপেন্দ্ৰ তেৰাং নামৰ যুৱকজনে ছ’চিয়েল মিডিয়াত সোপাধৰাক লৈ ভাইৰেল কৰিছিল ভুৱা মেছেজ। যাৰ ফলত শুকুৰবাৰে নিশা কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত হয় এক নৃশংস অমানৱীয় ঘটনা। আৰু নৃশংস, অমানৱীয় ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া হয় গুৱাহাটীৰ অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ দুই যুৱকে।

আনহাতে সমগ্ৰ ৰাজ্য কঁপাই যোৱা এই ঘটনাৰ অৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত কৰি শনিবাৰে ৫ জন অভিযুক্ত আটক কৰে। আৰু আজি পুনৰ আৰক্ষীয়ে অভিযান  ছ’চিয়েল মিডিয়াত সোপাধৰাৰ ভুৱা মেছেজ ভাইৰেল কৰা ভূপেন্দ্ৰ তেৰাঙকে ধৰি  ১১ জনক আটক কৰিবলৈ সক্ষম হয়।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd