• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ্বি আংলঙৰ ডকমকা-কাণ্ডৰ বলি দুই যুৱকলৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , June 11, 2018 9:51 pm

2 min read

Kokrajhar

কাৰ্বি আংলঙৰ ডকমকা-কাণ্ডৰ বলি দুই যুৱকলৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

143
VIEWS
Share on FacebookShare on Twitter
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত শব্দ-সংগীতৰ সন্ধানত গৈ কাৰ্বি আংলং জিলাৰ ডকমকাত চিৰদিনৰ বাবে হেৰাই গ’ল প্ৰতিভাৱান দুই অসম সন্তান অভিজিৎ নাথ আৰু নীলোৎপল দাস। সোপাধৰাৰ সন্দেহত এদল অন্ধবিশ্বাসী, উন্মত্ত লোকে দুয়োজনকে হানি-খুচি অতি নৃশংসভাৱে হত্যা কৰাৰ দৰে এই হৃদয় বিদাৰক ঘটনাৰ আজি প্ৰতিবাদ কৰা হয় বড়োলেণ্ড বিশ্ববিদ্যালয়ত।
উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাৱঁত যুৱক দুজন বলি হৈছিল অন্ধবিশ্বাসৰ গ্ৰাসত থকা কিছুমান মানুহ। মন কৰিব লগীয়া যে জীৱনৰ শেষ উশাহলৈকে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ পাছতো ঘাতকসকলৰ হৃদয় স্পৰ্শ নকৰিলে।
আজি কোকৰাঝাৰ চহৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদোগত আৰু কোকৰাঝাৰ আইন মহাবিদ্যালয় ছাত্ৰ একতা সভা, দা পীপলছ এইড আৰু বালাজান তিনালিস্থিত স্মাইল্চ্ ৱেলফেয়াৰ ছ’চাইটিৰ সহযোগত আজি ঘটনাৰ প্ৰতিবাদ কৰা হয় লগতে সন্ধিয়া ৬ বজাত এক মিনিট মৌন প্ৰাৰ্থনা, বন্তি প্ৰজ্বলনেৰে অভিজিৎ নাথ আৰু নীলোৎপল দাসক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক আখি বসুমতাৰীয়ে অপপ্ৰচাৰত যাতে কোনেও ভোল নাযায় আৰু কাৰ্বি আংলঙৰ ঘটনাক লৈ যাতে কোনো এটা জাতিক সাঙুৰি লৈ দোষ জাপি নিদিয়ে তাৰ বাবে সকলোকে আহ্বান জনায়।
এই নিৰ্মম ঘটনাটোৰ উচিত তদন্ত দাবী কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী কৰে বিশ্ববিদ্যালয় ছাত্র একতা সভাই।

Recent News

Sourav-Ganguly

বুকুত প্ৰচণ্ড বিষ— পুনৰ অসুস্থ সৌৰভ গাংগুলী, চিকিৎসালয়ত ভৰ্তি

index

৪ বছৰৰ পিছত জে’লৰ পৰা মুক্তি পালে জয়াললিতাৰ এসময়ৰ ছায়াসংগী ভি কে শশীকলা

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd