• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি পাহাৰত উপস্থিত গুৱাহাটীৰ পাঁচ মহিলা বাইক আৰোহী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 11:08 am
mahila biker
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওৰ প্ৰাকৃতিক শোভাৰ লগতে বিভিন্ন বিষয় সম্পৰ্কে অধ্যয়নৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা পাঁচগৰাকী উৎসাহী মহিলা বাইক আৰোহী আহি এই পাৰ্বত্য জিলা দুখনত উপস্থিত হৈছেহি।

এই দুই পাৰ্বত্য জিলা দুখনৰ বিভিন্ন সামাজিক বিষয়ৰ লগতে প্ৰাকৃতিক শোভা দৰ্শন তথা অধ্যয়ন কৰিবলৈ আহি মহানগৰীৰ পাঁচ মহিলা বাইক আৰোহী দেওবাৰে খেৰণিত উপস্থিত হয়।

Apply Now

পশ্চিম কাৰ্বি আংলঙত অৱস্থিত ৰাজ্যখনৰ অন্যতম আকৰ্ষণীয় বনভোজস্থলী হিচাপে পৰিচিত কঁপিলী নদীৰ কোকাৰ প্ৰকৃতিৰ নান্দনিক দৃশ্য দলটোৱে উপভোগ কৰে।

ইয়াৰ পাছতেই দলটোয়ে ডিমা হাছাও জিলাৰ পানীমূৰলৈ বুলি ৰাওনা হয়।  কোকাৰ বনভোজস্থলীৰ পৰা ডিমা হাছাওৰ পানীমূৰ অভিমুখে গৈ থকাৰ মাজতে মহিলাৰ দলটোয়ে খেৰণিত সাংবাদিকৰ আগত ব্যক্ত কৰে যে অসম চৰকাৰ তথা পৰ্যটন বিভাগে কোকাৰ দৰে বিৰল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰি থকা বনভোজস্থলীৰ বিকাশৰ বাবে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত।

তেওঁলোকে লগতে অসম চৰকাৰ তথা পৰ্যটন বিভাগক ইয়াৰ উন্নয়নৰ সমান্তৰালভাৱে পৰ্যটকৰ দৃষ্টি আকৰ্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহ্বান জনায়।

উল্লেখযোগ্য যে পাহাৰীয়া এই জিলা দুখনৰ সামগ্ৰিক উন্নয়নৰ ছবিখন অতি পুতৌ লগা আৰু ইয়াৰ প্ৰাকংতিক সম্পদসমূহৰ অবাধ লুণ্ঠনৰ অভিযোগো দীৰ্ঘদিনীয়া। ৰাজ্যখনৰ মুলসুঁতিৰ লোকসকলৰ সৈতে পাহাৰীয়া জিলা দুখনৰ নিকট সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সকলোৱে একেমুখে স্বীকাৰ কৰে।

গুৱাহাটীৰ পৰা অহা মহিলা বাইক আৰোহীৰ দলটোৰ উৎসাহ আৰু পাহাৰীয়া জিলা দুখনৰ বিষয়ে প্ৰকাশ কৰা আগ্ৰহৰ বাবে সকলোৱে প্ৰশংসা কৰে।

প্ৰসংগত: মহিলাৰ দলটোৱে নাৰী দিৱস পালন সম্পৰ্কত এক তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰি কয় যে এটা নিৰ্দিষ্ট দিনত নাৰী দিৱস পালন কৰাৰ পৰিৱৰ্তে প্ৰতিটো দিনকেই নাৰী দিৱস হিচাপে সকলোৱে গ্ৰহণ কৰিব লাগে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd