• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত বিশেষ অধিৱেশনৰ দাবী বিৰোধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 6, 2018 6:07 pm
Debabrata-Saikia

বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অসম বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। বিধানসভা অধিৱেশনৰ কেলেণ্ডাৰ প্ৰস্তুতক লৈ বিজনেছ এডভাইজৰী কমিটীৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক।

আজিৰ বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত প্ৰতিবছৰে তিনিখনকৈ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংসদৰ আৰ্হিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ফেব্ৰুৱাৰী–মাৰ্চত বাজেট অধিৱেশন, আগষ্ট–ছেপ্টেম্বৰত গ্ৰীষ্মকালীন অধিৱেশন আৰু নৱেম্বৰ–ডিচেম্বৰত শীতকালীন অধিৱেশন অনুষ্ঠিত কৰা হ’ব।

Apply Now

আনহাতে, বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত আজি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিশেষ অধিৱেশনৰ দাবী উত্থাপন কৰে বিৰোধীয়ে। তদুপৰি, আজি বৈঠক আৰম্ভ হোৱাৰ পূৰ্বেও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু বিধায়ক ৱাজিদ আলী চৌধুৰীয়ে অধ্যক্ষক সাক্ষাৎ কৰি বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী তোলে।

বিশেষ অধিৱেশন সম্পৰ্কত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে অধ্যক্ষই চৰকাৰৰ সঁহাৰিৰ অপেক্ষাত আছে। চৰকাৰৰ নিৰ্দেশ পালেহে তেওঁ অনুষ্ঠিত কৰিব পাৰিব বিশেষ অধিৱেশন। অধ্যক্ষই চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। অসম চুক্তিক অৱজ্ঞা নকৰা এখন চৰকাৰ লাগে বুলি মন্তব্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে বিকল্প চৰকাৰ হ’লে তেওঁলোকে বাহিৰৰ পৰা সমৰ্থন আগবঢ়াব।

বিজনেছ এডভাইজৰী কমিটীৰ বৈঠকৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অগপ দলৰ বিধায়ক প্ৰফুল্ল মহন্তই সংবাদ মাধ্যমৰ আগত কয় যে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অগপয়ো বিধানসভাৰ বিশেষ অধিৱেশন বিচাৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই লগতে বিকল্প চৰকাৰৰ ধাৰণা সংবাদ মাধ্যমৰ সৃষ্টি বুলিহে অভিহিত কৰে। তেওঁ মুখ্যমন্ত্ৰী পদৰ প্ৰতি কোনো লালসা নাই বুলিও স্পষ্ট কৰি দিয়ে।

বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, প্ৰমীলাৰাণী ব্ৰহ্ম, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি নেতাসকল উপস্থিত থাকে।

ইপিনে এইআইইউডিএফৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমীয়ে বিকল্প চৰকাৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁৰ দলে অবিজেপি চৰকাৰ এখনক সমৰ্থন জনাব। তাৎপৰ্যপূৰ্ণভাৱে তেওঁ মন্তব্য কৰে যে  বিজেপি ত্যাগ কৰি ওলাই আহিলে সৰ্বানন্দ সোণোৱালকো তেওঁলোকে সমৰ্থন জনাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd