• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুলদা কুমাৰ ভট্টাচাৰ্যলৈ এইবাৰৰ প্ৰাগ চিনে জীৱনজোৰা সাধনা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 11:05 am
IMG-20180404-WA0005
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্ট ২০১৮’ গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্ণিল পৰিক্ৰমাক উদ্বুদ্ধ তথা অনুপ্ৰাণিত কৰাৰ মানসেৰে বিগত বৰ্ষৰ দৰে এইবাৰো এ এম টেলিভিছন প্ৰাইভেট লিমিটেডে আয়োজন কৰিছে উত্তৰ-পূব ‘প্ৰাগ চিনে এৱাৰ্ড ২০১৮’।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলযোগে এই বিষয়ে সদৰী কৰে প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্টৰ সভানেত্ৰী মলয়া গোস্বামী আৰু মুখ্য পৃষ্ঠপোষক সঞ্জীৱ নাৰায়ণে।

Apply Now

২০১৮ বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ড মে’ মাহৰ শেষৰ সপ্তাহত গুৱাহাটীত অনুষ্ঠিত হ’ব। পাঁচ বছৰৰ মূৰত পুনৰ এইবাৰ গুৱাহাটীত প্ৰাগ চিনে এৱাৰ্ড অনুষ্ঠিত কৰা হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

অসমীয়া চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰখ্যাত শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ২০১৮’ বৰ্ষৰ ‘প্ৰাগ চিনে এৱাৰ্ড উত্তৰ-পূব ২০১৮’ৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হ’ব।এই বঁটাত নগদ ধন, প্ৰমাণপত্ৰ, এখন চেলেং চাদৰ আৰু এটা উপহাৰৰ টোপোলা প্ৰদান কৰা হ’ব।

আনহাতে, প্ৰত্যেক বছৰৰ দৰে এইবাৰো আগবঢ়োৱা হ’ব ‘গ্ল’ৱেল আইকন বঁটা। এইবাৰ এই বঁটা প্ৰদান কৰা হ’ব অসম সন্তান তথা বলিউডৰ শব্দযন্ত্ৰী দেৱজিত চাংমাইক।

এইবাৰ ‘প্ৰাগ চিনে এৱাৰ্ড নৰ্থ-ইষ্টৰ কাৰ্যসূচীত ২০১৭ বৰ্ষৰ চেঞ্চৰ হোৱা সৰ্বমুঠ ৩২ খন চলচ্চিত্ৰৰ মাজৰ পৰা অসমীয়া আৰু অন্যান্য ভাষাৰ চিনেমাৰ শিতানত শ্ৰেষ্ঠত্বৰ ভিত্তিত বঁটাসমূহ প্ৰদান কৰা হ’ব।

ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলক সামৰি প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। তদুপৰি, প্ৰাগ চিনে এৱাৰ্ডৰ কাৰ্যসূচীত স্থানীয় শিল্পীৰ লগতে উত্তৰ-পূবৰ ভালসংখ্যক তাৰকা আৰু বলিউডৰ জনপ্ৰিয় তাৰকাই অংশগ্ৰহণ কৰিব। এইবাৰ প্ৰায় চাৰি শতাধিক শিল্পীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

উল্লেখ্য যে প্ৰাগ চিনে এৱাৰ্ডৰ প্ৰাক্তন সভাপতি তথা যশস্বী অভিনেতা বিজু ফুকনৰ স্মৃতিত উক্ত অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd