DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষক নেতা অখিল গগৈৰ অৰ্কিডত চলোৱা তালাচীক লৈ ধৈয্য কোঁৱৰৰ প্ৰতিক্ৰিয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 1, 2018 7:58 pm
অৰ্কিড
289
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে বোকাখাত আৰক্ষী আৰু বন বিভাগে কৃষক নেতা অখিল গগৈৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা অৰ্কিডত চলোৱা অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈয্য কোঁৱৰে অৰ্কিডখন সম্পূৰ্ণ ৰূপে বৈধ বুলি দাবী কৰে।

কোঁৱৰে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নৰ্থ ইষ্ট নাওক কয় যে, ‘আৰক্ষীয়ে তালাচী চলাইছে যদিও সন্দেহজনক একো তথ্য পোৱা নাই। তেওঁলোকে জব্দ কৰা অৰ্কিড তিনিডাল সম্পূৰ্ণ ৰূপে বৈধ। এই অৰ্কিড বনৰীয়া নহয়, ইয়াক ক্ৰয় কৰাৰ সম্পূৰ্ণ নথিপত্ৰ আছে। আমি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছো, অৰ্কিড পাৰ্ক জাতীয় উদ্যানলৈ পৰিৱৰ্তিত হোৱাৰ বাবে বিজেপি চৰকাৰে ইয়াক শেষ কৰাত উঠিপৰি লাগিছে।’

তাৰোপৰি কোঁৱৰে আৰ টি আই বিষয়া  দুলাল বৰাই অৰ্কিড পাৰ্কৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সন্দৰ্ভত কয় যে, ‘এইটো এটা সম্পূৰ্ণ ভিত্তিহীন কথা। দুলাল বৰাৰ দৰে এজন পেচাদাৰী দালালৰ জৰিয়তে বিজেপি চৰকাৰে ভিত্তিহীনভাবে এই গোচৰ ৰুজো কৰাই আছে। গতিকে  ভবিষ্যতে এইবোৰ মিছা অভিযোগ বুলি নিশ্চয়কৈ প্ৰমাণিত হ’ব।’

তেওঁ লগতে উল্লেখ কৰে যে, ‘বিজেপি চৰকাৰে ৰামদেৱক হাজাৰ হাজাৰ বিঘা মাটি উদ্যোগ নিৰ্মাণৰ বাবে প্ৰদান কৰিছে। তাৰ বিপৰীতে অৰ্কিড উদ্যানখন সমবায়ভিত্তিক উদ্যান হয়। গাঁৱৰ মানুহে দিয়া মাটিৰ দানেৰে এই উদ্যানখন মুকলি কৰা হৈছিল।’

সাধাৰণ সম্পাদকগৰাকীয়ে বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি কয় যে, ‘ইমান সহজতে আমি অৰ্কিড বন্ধ হ’বলৈ নিদিওঁ। চৰকাৰক আমি অৰ্কিড উদ্যানৰ পৰা কৰ পৰিশোধ কৰি আছো।’

Recent News

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ স্বাস্থ্যসেৱাৰ বাবে ভাল খৱৰ; মহানগৰীৰ আৰ্য হাস্পাতললৈ NABHৰ স্বীকৃতি

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd