• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে পুনৰ গোচৰ আৰ টি আই কৰ্মী দুলাল বৰাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2018 8:34 pm
অখিল
100
VIEWS
Share on FacebookShare on Twitter

পূৰ্বতে আৰ টি আই কৰ্মী দুলাল বৰাই কাজিৰঙাত অৰ্কিড পাৰ্ক নিৰ্মাণেৰে ষড়যন্ত্ৰমূলকভাৱে কাজিৰঙাৰ ভূমি দখল কৰা বুলি অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা পিছতে বৃহস্পতিবাৰে পুনৰ কৃষক নেতাজনৰ বিৰুদ্ধে বোকাখাত থানাত পঞ্চমটো গোচৰ তৰিলে আৰ টি আই কৰ্মী দুলাল বৰাই।

এইবাৰ দাখিল কৰা এজাহাৰত সাঙুৰ খাই পৰিছে অখিল গগৈৰ লগতে কাজিৰঙাৰ ‘বৃহৎ নাৰ্চাৰী’ৰ স্বত্বাধিকাৰী নগেন শইকীয়া আৰু ‘বৰপেটা নাৰ্চাৰী’ৰ স্বতাধিকাৰীৰ নাম।

আৰ টি আই কৰ্মী দুলাল বৰাই এজাহাৰত উত্থাপন কৰা অভিযোগ অনুসৰি কৃষক নেতা গৰাকীৰ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানখন যি টুকুৰা মাটিত স্থাপন কৰিছে সেই একে টুকুৰা মাটিতে নগেন শইকীয়াই বৃহৎ নাৰ্চাৰী খোলা বুলি তথ্য প্ৰদান কৰিছে।

তাৰোপৰি আৰ টি আই কৰ্মী দুলাল বৰাই এজাহাৰত উল্লেখ কৰা মতে নগেন শইকীয়াই বৃহৎ নাৰ্চাৰী খোলাৰ নামত কৃষি বিভাগৰ পৰা ৫০ শতাংশ ৰেহাইত ২৫ লাখ টকাৰ  অনুদান লাভ কৰিছিল।

লগতে নগেন শইকীয়াই নাৰ্চাৰীৰ বাবে বৰপেটা নাৰ্চাৰীৰ পৰা বিভিন্ন পুলি ক্ৰয় কৰাৰো ভুৱা বিল জমা দিছে বুলি দুলাল বৰাই এজাহাৰত উল্লেখ কৰে।

ফলত আৰ টি আই কৰ্মী দুলাল বৰাই নগেন শইকীয়াই  কাজিৰঙাৰ একে টুকুৰা মাটিত কেনেকৈ দুখন উদ্যান স্থাপন হ’ল তাৰ উচিত তদন্তৰ বাবে বৃহস্পতি বাৰে বোকাখাত থানাত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে।

Recent News

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd