• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইৰ শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 16, 2018 9:58 pm

1 min read

Tukleshwari Dewalay
81
VIEWS
Share on FacebookShare on Twitter

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আগবঢ়াই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ সমীপৱৰ্তী টুকুৰাত অৱস্থিত শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত আন দিনসমূহৰ দৰে পবিত্ৰ ঈদ উল ফিতৰৰ দিনাও জনতাৰ সমাগম পৰিলক্ষিত হয়।

বিশেষকৈ ইছলাম ধৰ্মীয় বহু যুৱক যুৱতীয়ে ঈদৰ নামাজ আদায় কৰাৰ পিছত দেৱালয়খনত ভিৰ কৰা দেখা যায়। সকলোৰে এটাই উদ্দেশ্য, সেয়া হ’ল দেৱালয়খনৰ প্ৰাকৃতিক পৰিবেশ উপভোগ কৰা।

বান্দৰৰ ৰজা ৰাণী খ্যাত এই দেৱালয়খনত ই এক পৰম্পৰাত পৰিণত হৈছে। পিছে ইয়াক লৈ কোনো হিন্দু লোকৰে খেদ নাই। বৰঞ্চ ঈদৰ দিনটোত ইছলাম ধৰ্মীয় লোকৰ বাবেও মুকলি থাকে টুক্ৰেশ্বৰী দেৱালয়। ঈদৰ দিনা মুছলমান লোকসকলে যাতে দেৱালয়লৈ আহি কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দেৱালয় পৰিচালনা সমিতি আৰু প্ৰসাশন সদা সতৰ্ক হৈ থাকে ৷

উল্লেখযোগ্য যে প্ৰতিটো ঈদৰ সময়ত গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ে হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই আহিছে।

যি সময়ত হিন্দু মছলমানৰ মাজৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিবলৈ একাংশ দুষ্টচক্ৰ উঠি পৰি লাগিছে, সেই সময়তে কৃষ্ণাইৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত এনেদৰে চলিছে দুয়োটা সম্প্ৰদায়ৰ মাজত মিলন সেতু গঢ়াৰ নিৰলস প্ৰচেষ্টা।

Recent News

Rameswar Telly

দেশত স্থাপন হ’ব ২ লাখ ফুড প্ৰচেছিং ক্ষুদ্ৰ উদ্যোগ; অসমত কিমান? ক’লে কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd