• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰিলে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , March 30, 2018 11:33 am

1 min read

Nagaland-dy-cm-rajnath-570x320
77
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টনে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে।

উপ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁলোকৰ আলোচনাকালত নাগালেণ্ডৰ বিত্তীয় পৰিস্থিতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অৱগত কৰে।

নাগালেণ্ডৰ বাবে বিশেষ পৰিকল্পনা সাহায্যৰ বাবদ পাবলগীয়া ৮৬৩.৯৫ কোটি টকা শীঘ্ৰেই মুকলি কৰি দিয়াৰ বাবে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়।

ৰাজ্যখনৰ গৃহ বিভাগৰো দায়িত্বত থকা পেট্টনে সুৰক্ষা সম্পৰ্কীয় ব্যয় (এছ আৰ ই) আৰু এছ আৰ ইৰ অধীনত মোবাইল ইন্টাৰনেট ব্যয়কে ধৰি অনাদায় হৈ থকা ধন মোকলাই দিয়াৰ বাবেও অনুৰোধ কৰে।

জানিব পৰা মতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে পেট্টনক বিষয়টো বিবেচনা কৰাৰ লগতে ৰাজ্যখনৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।

বুধবাৰে উপ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুকো সাক্ষাৎ কৰে আৰু বৰ্তমান নাগালেণ্ড ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে তেওঁক অৱগত কৰে।

ইয়াৰ মাজতে সূত্ৰসমূহে জনোৱা মতে ৰাজ্যখনৰ ভাৰতীয় জনতা দলৰ ১২ গৰাকী বিধায়কৰ আটাইকেইজনে ৰাষ্ট্ৰীয় ৰাজধানীখনত বাহৰ পাতি আছে।

বিজেপিৰ সূত্ৰসমূহে কয় যে বিজেপি বিধায়ক কেইজনে কেন্দ্ৰীয় নেতাসকলক সৌজন্যমূলক সাক্ষাতৰ বাবে গৈ দিল্লীত উপস্থিত হৈছে।

Recent News

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd