• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নড্ডাক সাক্ষাত অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ড০ বি ডি মিশ্ৰাৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 27, 2018 9:31 pm
Arunachal Pradesh Governor Brig. (Dr.) B.D. Mishra (Retd.) With Union Health Minister
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ ড০ বি ডি মিশ্ৰা(অৱসৰপ্ৰাপ্ত)ই আজি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাক সাক্ষাত কৰে। দেশৰ ৰাজধানী নতুন দিল্লীলৈ চৰকাৰী ভ্ৰমণত যোৱা ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওচৰত অৰুণাচল প্ৰদেশৰ চিকিৎসালয়সমূহ তথা স্বাস্থ্য সেৱা কেন্দ্ৰসমূহত যে বিশেষজ্ঞৰ অভাৱ ঘটিছে সেই কথা অৱগত কৰায়।

ৰাজ্যপালগৰাকীয়ে এই অসুবিধা কেন্দ্ৰীয় মন্ত্ৰীজনক অৱগত কৰোৱা বাবে ধন্যবাদ জনোৱাৰ লগতে মন্ত্ৰালয়ৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

Apply Now

অৰুণাচল প্ৰদেশৰ এই সমস্যাটো তৎকালীনভাবে সমাধান হোৱাৰ বাবে অন্য ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ লগত জৰিত লোকক ৰাজ্যখনত প্ৰতিনিযুক্তি দিবলৈ ৰাজ্যপাল মিশ্ৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পৰামৰ্শ আগবঢ়াই।

প্ৰতিনিযুক্তি সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে কোনোবা বিশেষজ্ঞই অৰুণাচলত আহিব বিচাৰে তেতিয়া কেন্দ্ৰীয় চৰকাৰে সকলো খৰচ বহন কৰিব।

এই আঁচনিৰ সফল তথা শীঘ্ৰে ৰূপায়ন কৰিবলৈ ৰাজ্যপালে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ লগত আলোচনা কৰিব বুলিও জানিবলৈ দিয়ে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাক সাক্ষাত কৰাৰ পূৰ্বে অৰুণাচলৰ ৰাজ্যপাল মিশ্ৰাই কেন্দ্ৰীয় ৰাজ্যিক স্বতন্ত্ৰ পৰ্যটন মন্ত্ৰী কে জে আলফনছকো সাক্ষাত কৰে। সাক্ষাতৰ সময়ত অৰুণাচলৰ পৰ্যটনস্থলীসমূহ কেনেদৰে আৰু অধিক জনপ্ৰিয় কৰিব পাৰি বা পৰ্যটকসকলক কিদৰে আকৰ্ষণ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে।

পৰ্যটনস্থলীৰূপে পৰিচিত ঐতিহাসিক তথা ধৰ্মীয় ঠাইসমূহত সকলো সা-সুবিধা প্ৰদান কৰাৰ বাবেও ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান কৰে।

পৰ্যটন মন্ত্ৰীজনে ৰাজ্যপালৰ অনুৰোধ মৰ্মে অতি শীঘ্ৰে অৰুণাচল ভ্ৰমণ কৰি ৰাজ্যখনৰ পৰ্যটন দিশটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি জনায়।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd