• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ৰাজভৱনত মিলিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু অৰুণাচলৰ ৰাজ্যপাল বি ডি মিশ্ৰা

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
February 4, 2018 5:28 pm
Union Minister Ravi Sankar Prasad meet Governor B D Mishra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় যোগাযোগ আৰু তথ্য প্ৰযুক্তি আৰু আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ ড০ বি ডি মিশ্ৰা(অৱসৰপ্ৰাপ্ত)ৰ লগত শণিবাৰে ইটানগৰস্থিত ৰাজভৱনত এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকত ৰাজ্যপাল আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচলৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰে।

Apply Now

মোবাইল আৰু দূৰসংযোগ, ইণ্টাৰনেট সেৱা, তথ্য প্ৰযুক্তি তথা আইন ও বিচাৰ সম্পৰ্কে বৈঠকখনত আলোচনা কৰা হয়।

জিলাসমূহৰ আন্ত:গাথনি উন্নয়ন কৰিবৰ বাবে তথা ৰাজ্যখনৰ ভিতৰুৱা জিলাসমূহৰ লোকসকলৰ আইনী সুবিধাৰ্থে দেৱানী আদালত স্থাপন কৰিবলৈ ৰাজ্যপালগৰাকীয়ে বৈঠকৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পূঁজি আৱণ্টনৰ বাবে অনুৰোধ জনায়।

ৰাজ্যপালগৰাকীয়ে বৈঠকখনত ঘাইকৈ সীমান্তৱৰ্তী অঞ্চল সমূহত মোবাইল সেৱা আৰু ইণ্টাৰনেট সংযোগ অধিক শক্তিশালী কৰিবৰ বাবে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়।

লক্ষ্যণীয় যে আধাৰ সংযোগ আৰু বিত্তীয় কাম কাজবোৰ যিহেতু ইণ্টাৰনেটৰ জৰিয়তে হয় সেয়েহে আৰ্থ-সামাজিক দিশলৈ লক্ষ্য কৰিলে মোবাইল সেৱা আৰু ইণ্টাৰনেট সংযোগ এটা গুৰুত্বপূৰ্ণ বিষয়।

উল্লেখযোগ্য যে ৰাজ্যপাল মিশ্ৰাই যোৱা কিছুদিনৰ পৰা ৰাজ্যখনৰ অন্য জিলাৰ লগতে সীমান্তৱৰ্তী অঞ্চল সমূহ পৰিদৰ্শন কৰি আছে। য’ত মোবাইল সেৱা এতিয়ালৈ ঢুকি পোৱা নাই। যাৰ ফলত সীমান্তবাসী লোকসকল তথা কৰ্তব্যৰত জোৱান সকলে বিপদৰ সময়ত সম্পৰ্ক ৰক্ষা কৰাত বিভিন্ন অসুবিধাত পৰে।

সেয়েহে উক্ত সমস্যা সমূহ সমাধানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক পদক্ষেপ ল’বলৈ অনুৰোধ কৰে ৰাজ্যপালগৰাকীয়ে।

আনহাতে অপ্টিকেল ফাইবাৰ কেবল নেটৱৰ্ক আঁচনিয়ে নিৰ্দিষ্ট সময়সীমাতকৈ বহু বেছি সময় লৈছে সেয়েহে কামটোৰ গতি বঢ়াবলৈ ৰাজ্যপালগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

ইফালে ৰাজভৱনত অনুষ্ঠিত হোৱা আলোচনাত ৰাজ্যপাল মিশ্ৰাই কৰা সকলো অনুৰোধ কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd