DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেৱল বিজেপি নেতাসকলৰ বাবেহে ‘ভাল দিন’ আহিছে,সাধাৰণ লোকৰ বাবে নহয়: তৰুণ গগৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 8:19 am
Tarun-Gogoi-in-Shillong-750x430
112
VIEWS
Share on FacebookShare on Twitter

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে কয় যে মেঘালয়ৰ আসন্ন বিধানসভাৰ নিৰ্বাচন ৰাজনৈতিক দলবোৰৰ মাজৰ যুদ্ধ নহয়, ই আদৰ্শৰ মাজৰ যুদ্ধহে। শনিবাৰে শ্বিলঙত নিৰ্বাচনী প্ৰচাৰৰ সময়ত গগৈয়ে গোটেই দেশতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আকাশলংঘী হোৱা বুলি দোহাৰে।

বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে বিজেপিয়ে ভাৰতৰ দৰে এখন সুন্দৰ বাগিচাত কেৱল পদুমহে ফুলি থকাটো বিচাৰে। তেওঁ অভিযোগ কৰে যে বিজেপিয়ে মেঘালয়ক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু তেওঁলোকে গুজৰাটকে এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়িব পৰা নাই।

গগৈৰ মতে ‘ভাল দিন’ৰ ধাৰণাটো কেৱল বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলৰ বাবেহে অৰ্থবহ, সাধাৰণ লোকৰ বাবে নহয়।

মেঘালয় নিৰ্বাচনত কংগ্ৰেছ বিজয়ী হোৱাৰ ক্ষেত্ৰত নিজৰ দৃঢ়তা প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলত কংগ্ৰেছেই ষষ্ঠ অনুসূচী প্ৰৱৰ্তন কৰিছিল। তেওঁ লগতে কয় যে কংগ্ৰেছ চৰকাৰে জনজাতিসকলৰ তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে মেঘালয়ত কেইবাটাও প্ৰতিষ্ঠান স্থাপন কৰিছে।

তদুপৰি, গগৈয়ে লগতে অসম-মেঘালয় সীমান্ত বিবাদ নিষ্পত্তিৰ বাবে ঐক্যমতৰ পোষকতা কৰে। গগৈয়ে কয় যে ৰাজ্যখনৰ গঠনৰ সময়ত নিৰ্দ্ধাৰণ কৰা সীমাৰ আধাৰত বিবাদটো নিষ্পত্তি হোৱা উচিত।

তেওঁ উল্লেখ কৰে যে বিবাদটো মীমাংসাৰ ক্ষেত্ৰত ভাৰতৰ জৰীপ বিভাগৰ সহায়ত কিছু এৰা ধৰাৰ মাজেৰে আগবাঢ়িব লাগে। অসম আৰু মেঘালয় ৰাজ্য দুখনে বিষয়টো নিষ্পত্তিৰ ক্ষেত্ৰত আদালতৰ মজিয়ালৈ নোযোৱাৰ বাবে গগৈয়ে সন্তোষ প্ৰকাশ কৰে।

Recent News

Punjab CM Mann Sacks A Minister For Corruption

দুৰ্নীতিৰ অভিযোগ: নিজ কেবিনেটৰ স্বাস্থ্য মন্ত্ৰীক বৰ্খাস্ত কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে, গ্ৰেপ্তাৰ অভিযুক্ত মন্ত্ৰী

Road Accident in Sipajhar

পূৰণ নহ’ল সেনাত ভৰ্তিৰ সপোন: ছিপাঝাৰত দ্ৰুতবেগী ট্ৰাকে প্ৰাণ ল’লে পাঁচজনৰ

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

বাহিৰৰ হস্তক্ষেপ সহ্য নকৰে! টাইৱানৰ সম্পৰ্কত বিডেনৰ বক্তব্যক উভতি ধৰিছে চীনে

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

শোপনিকুছিৰ যুৱক জাহাংগীৰৰ জিএমচিএইচত মৃত্যু; বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd