• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ৰে’লৱেৰ মাটিত থকা অবৈধ বেদখলকাৰীক উচ্ছেদ ৰে’লৱে বিভাগৰ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 28, 2018 7:41 pm

1 min read

কোকৰাঝাৰত ৰে’লৱেৰ মাটিত থকা অবৈধ  বেদখলকাৰীক উচ্ছেদ ৰে’লৱে বিভাগৰ
133
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে কোকৰাঝাৰ চহৰৰ ৫ নং ৱাৰ্ডৰ অন্তৰ্গত দক্ষিণ টেঙাপাৰাত ৰে’লৱে বিভাগে এক উচ্ছেদ অভিযান চলায়।

প্ৰাপ্ত তথ্য মতে ভাৰত চৰকাৰৰ ৰে’লৱে বিভাগৰ মাটিত অবৈধভাৱে দীৰ্ঘদিন ধৰি বাস কৰি অহা মুঠ ২৮ টা পৰিয়ালৰ বিৰুদ্ধে ৰে’লৱে বিভাগে এই উচ্ছেদ অভিযান চলায়। ফকিৰাগ্ৰাম ৰেলৱে সংমণ্ডলৰ বিষয়া আৰ পি গগৈৰ নেতৃত্বত নিৰাপত্তা বাহিনীৰ সহযোগত উক্ত অঞ্চলত ৰে’লৱে বিভাগে উচ্ছেদ অভিযান চলায়।

জানিব পৰা মতে কোকৰাঝাৰ ৰে’লৱে ষ্টেচনৰ কাষৰীয়া মাটিত বহুদিন ধৰি জীৱন নিৰ্বাহ কৰি অহা মুঠ ৩৮ টা পৰিয়ালৰে পূৰ্বে ১০ টা পৰিয়ালক উচ্ছেদ কৰা হয় যদিও আৰু ২৮ টা পৰিয়াল বাকী ৰৈছিল। সেই সূত্ৰে বাকী থকা ২৮ টা বেদখলকাৰী পৰিয়ালক সেই স্থান ত্যাগ কৰিবলৈ আগজাননী দিয়া হৈছিল।

আনহাতে আগজাননী পোৱাৰ পিছতো বেদখলকাৰী সকলে সেই স্থান ত্যাগ নকৰাৰ ফলত উচ্ছেদ অভিযান চলাবলৈ বাধ্য হয় বুলি ফকিৰাগ্ৰমা ৰে’লৱে সংমণ্ডল বিষয়া আৰ পি গগৈয়ে জানিবলৈ দিয়ে।

ইফালে উচ্ছেদকাৰী কৰা অভিযোগ মতে তেওঁলোক আগজাননী উচ্ছেদ কৰাৰ এদিন আগতে অৰ্থাৎ মঙলবাৰেহে দিছিল। যাৰ ফলত এটা দিনত তেওঁলোকৰ কাৰণে সেই স্থান ত্যাগ কৰা সম্ভৱ নাছিল। লগতে উচ্ছেদকাৰী সকলে ‘ইমান দিন ধৰি ইয়াতে থাকিলো, নিৰ্বাচনৰ সময়ত বি ৰি এফক ভোট দিলো, এন আৰ চি এই স্থানৰ পৰাই দিলো, আজি কিয় উচ্ছেদ কৰিলে, আমি ক’ত থাকিম’ আদি শব্দৰে বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd