• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ জিলাত ২২ ফেব্ৰুৱাৰিৰ পৰা ১৪৪ ধাৰা বলৱৎ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , February 21, 2018 7:54 pm

1 min read

Section-144
110
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ জিলাত শান্তি বৰ্তাই ৰখাৰ স্বাৰ্থত আজি কোকৰাঝাৰ জিলা দণ্ডাধীশ নিৰঞ্জন বৰুৱাই জিলাখনত জৰুৰীভাৱে ১৪৪ ধাৰা জাৰি কৰিছে।

নিৰ্দেশটোত জিলাখনৰ যিকোনো ৰাজহুৱা স্থানত পাঁচজন বা ততোধিক লোকৰ সমাগম, শোভাযাত্ৰা উলিওৱা, শ্ল’গান দিয়া, সভা-সমিতি পতা, সমাৱেশ পতা, ধৰ্ণা আৰু বিক্ষোভ প্ৰদৰ্শন, দুচকীয়া বাহনত দুজন উঠা, অস্ত্ৰ-শস্ত্ৰ, আগ্নেয়াস্ত্ৰ, ধনু-কাঁড় আৰু আন যিকোনো বিপজ্জনক আহিলা লৈ ঘূৰা, ফটকা বা আতচবাজি সংগ্ৰহ, মজুত, ক্ৰয়-বিক্ৰয় তথা মুকলি ঠাইত অনুমতিবিহীনভাৱে মাইকৰ ব্যৱহাৰ নিষিদ্ধ ঘোষণা কৰা হৈছে।

অৱশ্যে দুচকীয়া বাহন সম্পৰ্কীয় নিষেধাটোৰ পৰা মহিলা আৰু ১২ বছৰৰ তলৰ শিশু, বৃদ্ধ আৰু শাৰীৰিকভাৱে দুৰ্বল ব্যক্তি, কাৰ্য্যবাহী দণ্ডাধীশ, আৰক্ষী লোক, সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ লোকক ৰেহাই দিয়া হৈছে।

নিৰ্দেশটোত কোৱামতে এই নিৰ্দেশ অহা ২২ তাৰিখৰ পৰা কাৰ্য্যকৰী হ’ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত ই বলৱৎ হৈ থাকিব।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd