DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰ জিলাৰ চক্ৰশিলাত ব্যাপক গছপুলি ৰোপণ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
April 30, 2018 2:46 pm
IMG-20180429-WA0015-702x336
87
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে কোকৰাঝাৰ জিলাৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যৰ লগতে অভয়াকুটিত এক ব্যাপক গছপুলি ৰোপণ অভিযান কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই অভিযানত বন বিভাগৰ বিষয়া-কৰ্মী, বেচৰকাৰী সংস্থাৰ লগতে বৃহত্তৰ ঝৰনাগ্ৰা অঞ্চলৰ স্থানীয় বাসিন্দাসকলে ব্যাপক হাৰত অংশগ্ৰহণ কৰে।

এই অঞ্চলটো সেউজ বড়োলেণ্ড, সেউজ অসম হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই অভিলাষী প্ৰচেষ্টা হাতত লোৱা হৈছে।

এই বৃক্ষৰোপণ অভিযানটো কোকৰাঝাৰৰ বেচৰকাৰী সংস্থা জোৱাংথিমাথি বেচৰকাৰী সংস্থা আৰু ওৱাবাৰীৰ দাউখাৰাজা বেচৰকাৰী সংস্থাৰ সহযোগত বিটিচিৰ পৰ্যটন বিভাগ আৰু বন বিভাগে যৌথভাৱে আয়োজন কৰিছিল।

ঝৰনাগ্ৰাৰ ওচৰৰ চক্ৰশিলা অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ প্ৰায় ৫,০০০ গছপুলি ৰোপণ কৰা হৈছে আৰু দেওবাৰে আৰম্ভ হোৱা এই অভিযান অহা তিনিমাহ ধৰি চলিব।

এই গছপুলি ৰোপণ অভিযানে সাধাৰণ নাগৰিকসকলক গছপুলি ৰোপণৰ বাবে উৎসাহিত কৰিব আৰু স্বাস্থ্যসন্মত পৰিৱেশ গঢ়াৰ লগতে সুন্দৰ প্ৰাকৃতিক শোভা বৰ্দ্ধন কৰিব।

বিভিন্ন ফলৰ গছপুলিৰ লগতে গমাৰি, কঠাল, আম, শাল, চেগুণ আদি এই অভিযানত ৰোপণ কৰা হয়। অভয়কুটি অঞ্চলত গছপুলি ৰোপণ অভিযানত আনন্দ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

বিটিএডিত এক সেউজীয়া পৰিৱেশ ৰচনাৰ এই প্ৰচেষ্টাক প্ৰকৃতি প্ৰেমীসকলে আদৰণি জনাইছে।

Recent News

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd