DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোচ ৰাজবংশী একত্ৰিত তথা ঐক্যবদ্ধ হৈছে, গতিকে আন্দোলন তীব্ৰতৰ হ’ব : আক্ৰাছু

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2018 7:20 am
akrasu

প্ৰতিনিধিত্বমূলক চিত্ৰ

100
VIEWS
Share on FacebookShare on Twitter

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুই ২৮ জুনত বঙাইগাঁও গান্ধী ময়দানত বিভিন্ন জাতি-জনগোষ্ঠী সংগঠনৰ উপস্থিতিত কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত এখন বিশাল গণ সমাবেশ অনুষ্ঠিত কৰিব। সোমবাৰে সংগঠনটোৱে এক সংবাদমেলৰ আয়োজন কৰি এই কথা জানিবলৈ দিয়ে ।

সন্থাৰ সভাপতি অৰুণ কুমাৰ আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে সম্বোধন কৰা সংবাদমেলত কয় যে এই গণ সমাবেশৰ পাছতে আক্ৰাছুয়ে স্থগিত ৰখা আন্দোলন পুনৰ আৰম্ভ কৰিব। কোচ ৰাজবংশী ৰাইজ একত্ৰিত হৈছে, ঐক্যবদ্ধ হৈছে, গতিকে আন্দোলন তীব্ৰতৰ কৰি তোলা হ’ব।

উল্লেখ্য যে যোৱা ২১ মে’ত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সঁজাতি দলে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্যৰে বৈঠকত মিলিত হয়। আৰু এই বৈঠকতে ভট্টাচাৰ্যই এসপ্তাহৰ ভিতৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মিলিত হৈ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু প্ৰতিশ্ৰুতি অনুসৰি কোনো পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে আক্ৰাছুৱে।

সংগঠনটোৰ নেতৃদ্বয়ে অসম চৰকাৰক এসপ্তাহৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনোৱাৰ লগতে যদিহে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ৩০ জুনৰ পৰা তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd