• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ্ম সংস্থাপন বিচাৰি যোৱা শিৱসাগৰৰ যুৱকৰ বহিঃৰাজ্যত মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
শিৱসাগৰ , February 19, 2018 12:19 pm

1 min read

যুৱকৰ
72
VIEWS
Share on FacebookShare on Twitter

দৰিদ্ৰতাৰ ফলত ৰাজ্যৰ বাহিৰত কৰ্ম সংস্থাপন বিচাৰি যোৱা বহু যুৱকৰ বিভিন্ন সময়ত মৃত্যুৰ হৈ অহাৰ সময়তে বহিঃৰাজ্যত পুনৰ এজন শিৱসাগৰৰ যুৱকৰ মৃত্যু হয়।

প্ৰাপ্ত তথ্য মতে দৰিদ্ৰতাৰ বাবে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যৰ কোম্পানীত মকৰল হোৱা শিৱসাগৰ নামতি খৰঙীৰ যুৱক কমল ঘাটোৱাৰৰ ৰহস্যজনকভাৱে পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অন্ধপ্ৰদেশৰ ভেনা মিলত শিৱসাগৰ নামতি খৰঙী গাঁৱৰ মেধাৱী যুৱক কমল ঘাটোৱাৰে আত্মীয়ৰ সৈতে কাম কৰিছিল।অন্ধপ্ৰদেশৰ ভিমলী থানাৰ অন্তৰ্গত ভেনা মিলত কৰ্মসূত্ৰে থকা ৰামেশ্বৰ ঘাটোৱাৰ আৰু ভানু ঘাটোৱাৰৰ পুত্ৰ কমল ঘাটোৱাৰৰ মৃত্যুক  পৰিয়ালৰ লোকে সহজভাৱে ল’ব পৰা নাই। কমলক হত্যা কৰি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।

আনহাতে দৰিদ্ৰ পিতৃ-মাতৃৰ পুত্ৰৰ মৃতদেহ আনিবলৈও সমৰ্থ নাই। যাৰ ফলত স্থানীয় ৰাইজৰ লগতে কমলৰ পিতৃ-মাতৃয়ে কমলৰ মৃতদেহ অসমলৈ অনাৰ বাবে চৰকাৰক দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd