• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি আৰম্ভ : বিভিন্ন জনৰ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2018 12:17 pm
18a66081-beb7-40d1-853f-0ce67b2dc2d4

নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানিৰ বাবে উপস্থিত হৈছে বিভিন্ন দল-প্ৰতিনিধি : ফটো-নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬’ সম্পৰ্কত শুনানি গ্ৰহণৰ বাবে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাগৃহত যুটীয়া সংসদীয় সমিতিয়ে বিভিন্ন দল-সংগঠনৰ লগতে ব্যক্তিৰ মতামত গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এই শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি বিভিন্নজনে নৰ্থ ইষ্ট নাওৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে।

যুটীয়া সংসদীয় সমিতিৰ শুনানিত অংশগ্ৰহণ কৰি চিপিআই (এম) এ অসম চুক্তিৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ দাবী তুলিছে। চিপিআই(এম)ৰ বৰ্ষীয়ান নেতা হেমেন দাসে কয় যে এই সংশোধনী আনিব বিচৰা বিধেয়কখন সম্পূৰ্ণ সংবিধান বিৰোধী আৰু সাম্প্ৰদায়িক। সেই গতিকে আমি ইয়াৰ বিৰোধিতা কৰিছো।

Apply Now

একেদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে। তেওঁৱো অসম চুক্তিৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ দাবী তুলিছে। তাৎপৰ্যপূৰ্ণভাৱে, তেওঁ গোৱালপাৰা আৰু নলবাৰীত আইছিছৰ পতাকা উদ্ধাৰৰ ঘটনা চৰকাৰৰ চক্ৰান্ত বুলি অবিহিত কৰিছে। এয়া চৰকাৰৰ মূল ইচ্ছ্যুৰ পৰা অসমৰ মানুহক অঁতৰাই নিয়াৰ চক্ৰান্ত বুলি তেওঁ মন্তব্য কৰে।

51c00bad-8846-45cb-a099-f9cde1723c69
শুনানিৰ বাবে উপস্থিত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি মতামত প্ৰদানৰ বাবে উপস্থিত হৈছে টাই আহোম ছাত্ৰ সন্থা আৰু গৰিয়া যুৱ পৰিষদেও।

টাই আহোম ছাত্ৰ সন্থাই বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি প্ৰকাশ কৰি সমিতিয়ে যদি নিজৰ মততে অটল থাকি মতামতক গুৰুত্ব নিদিয়ে তেতিয়া ভৱিষতে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।

বৰ্তমানলৈকে ইয়াত উপস্থিত হোৱা আটাইবোৰ দল-সংগঠনে অসম চুক্তিৰ আধাৰতে নাগৰিকত্ব প্ৰদানৰ দাবী তুলিছে। যুটীয়া সংসদীয় সমিতিৰ আগত মতামত দিবলৈ ব্যক্তিগতভাৱেও কিছু লোক আহি ইয়াত উপস্থিত হৈছে। অসমৰ এগৰাকী সকলোৰে পৰিচিত সাংস্কৃতিক কৰ্মী মানস ৰবীনো মতামত প্ৰদানৰ বাবে আহি ইয়াত উপস্থিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়ক শুনানিৰ বাবে আহি উপস্থিত হৈছেহি অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ।

ইয়াৰ আগেয়ে আজি কৃষক নেতা অখিল গগৈয়ে ইয়াত উপস্থিত হৈ শুনানি প্ৰক্ৰিয়াকলৈ সন্দেহ ব্যক্ত কৰে। শুনানিৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাত এদিন আৰু বৰাকত তিনিদিন ধাৰ্য কৰাৰলৈও গগৈয়ে সন্দেহ প্ৰকাশ কৰে।

আনহাতে, কৃষক নেতাগৰাকীয়ে আজি শুনানিৰ আগেয়ে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই প্ৰকাশ কৰা মন্তব্যৰো তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কৃষক মুক্তিৰ সহস্ৰাধিক সদস্যই ইয়াত উপস্থিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

শুনানিৰ বাবে আহি ইয়াত উপস্থিত হৈছেহি ত্ৰিপুৰাৰ নৰ্থইষ্ট ইণ্ডিজেনিয়াছ ফৰাম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd