DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খানাপাৰাৰ খেলপথাৰ : আৰ টি আইৰ উত্তৰ লৈ অসন্তুষ্ট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 9, 2018 8:59 pm
dr kamal malla bujarbarua vc aau
99
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন সন্দৰ্ভত দাখিল কৰা আৰ টি আই আবেদনৰ উত্তৰক লৈ অসন্তুষ্ট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য।

উপাচাৰ্য্য ড০ কমল মল্ল বুজৰবৰুৱাৰ সৈতে আজি ৯ জুনত হোৱা টেলিফোনিক বাৰ্তালাপত নৰ্থ ইষ্ট নাওক এই কথা জানিবলৈ দি তেওঁ কয় যে আৰ টি আইৰ উত্তৰ দিয়াৰ কৰ্তৃত্ব ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ড০ ৰঞ্জিত নেওগৰ নাই।

উপাচাৰ্য্যৰ মতে বিশ্ববিদ্যালয়ৰ কোনো আৰ টি আইৰ উত্তৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল কাৰ্য্যালয়ৰ পৰাহে দিয়া হয়।

RanjitNeog aau
ডঃ ৰঞ্জিত নেওগৰ ফে’ছবুক মন্তব্য

বৰ্তমান দিল্লীত থকা উপাচাৰ্য্যগৰাকীয়ে খেলপথাৰখনৰ সন্দৰ্ভত গুৱাহাটীলৈ আহি পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীনৰ লগত আলোচনা কৰিব বুলি জানিবলৈ দিয়ে।

নৰ্থ ইষ্ট নাও-ৰ বাতৰিৰ যোগেদিহে এই বিষয়সমূহ জানিব পাৰিছে বুলি মন্তব্য কৰে উপাচাৰ্য্যগৰাকীয়ে।

আনহাতে নৰ্থ ইষ্ট নাও-ৰ বাতৰিৰ প্ৰতিক্ৰিয়াত চ’চিয়েল মিডিয়াত ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ড০ ৰঞ্জিত নেওগে কৰা মন্তব্যক আওকাণ কৰিবলৈ কয় উপাচাৰ্য্য বুজৰবৰুৱাই।

বিশ্ববিদ্যালয় বা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ হৈ মন্তব্য ড০ নেওগে প্ৰদান কৰিব নোৱাৰে। তেওঁ চ’চিয়েল মিডিয়াত কৰা মন্তব্য বিশ্ববিদ্যালয়ৰ মন্তব্য নহয় বুলি উপাচাৰ্য্যই স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে অসমৰ ভিতৰতে বিশাল আৰু উৎকৃষ্ট গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰখন শাসনাধিষ্ঠ বিজেপি দলে ধ্বংস কৰা বুলি উঠা অভিযোগনৰ্থ ইষ্ট নাও–ৰ বিস্তাৰিত, ধাৰাৱাহিক প্ৰতিবেদনে ফাদিল কৰাৰ পিছত বিষয়টো লৈ আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাও সৰৱ হৈ উঠিছিল।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd