DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গঁড় হত্যাৰ আঁৰত জড়িত বন বিভাগৰ কৰ্মচাৰী: বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2018 3:50 pm
Pramila

বি পি এফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ ফাইল ফটো

78
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে বিশ্বনাথ চাৰিআলিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পলোকাটা টাপুত সংঘটিত হোৱা গঁড় হত্যাৰ আঁৰত বন বিভাগৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে ৰাজ্যৰ বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই। দেওবাৰে নিশা উক্ত অঞ্চলত উপস্থিত হৈ এই বিস্ফোৰক মন্তব্য কৰে।

শনিবাৰে কাজিৰঙাৰ উক্ত অঞ্চলত  বন বিভাগৰ অসতৰ্কতাৰ সুযোগ লৈ চোৰাংচিকাৰীয়ে এটা গঁড় হত্যা কৰি খড়্গ কাটি লৈ যোৱাত ৰাজ্যৰ সৰ্বত্ৰে বিভিন্ন চৰ্চা হোৱা পৰিলক্ষিত হৈছিল। সেয়েহে উক্ত অঞ্চল পৰিদৰ্শনৰ বাবে দেওবাৰে বন মন্ত্ৰী ব্ৰহ্ম বিশ্বনাথ চাৰিআলিত উপস্থিত হয়।

পলোকাটা টাপুত উপস্থিত হৈয়ে মন্ত্ৰীগৰাকীয়ে কয় যে বন্য প্ৰাণী হত্যাৰ আঁৰত বন বিষয়াসকল জড়িত আছে। তেওঁ লগে লগে কাজিৰঙাৰ বন মণ্ডল বিষয়াক উত্তৰ ৰেঞ্জৰ বন বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ আহ্বান জনায়।

সম্পূৰ্ণ ২০০ মিটাৰ বনাঞ্চলে আৱৰা ষষ্ঠ সংযোজনৰ পলোকাটা টাপু অঞ্চল পৰিদৰ্শন কৰি বন মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে ৰাইজক আশ্বাস প্ৰদান কৰিছিলো যে আমি বন্য প্ৰাণীক সকলো ধৰণে সুৰক্ষিত কৰিম, কিন্তু কিছুমান বন বিষয়াৰ বাবে আমি এই প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ হ’বলৈ গৈ আছো’।

ইয়াৰ উপৰি তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বন কৰ্মীসকলে বন্য প্ৰাণী সমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত তথা নিজৰ নিজৰ দায়িত্ব পালনত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

গঁড়টোক দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰি খড়্গ কাটি লৈ যোৱা বুলি জানিবলৈ দিয়ে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই।

Recent News

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’ত জিলিকিছে টীয়কৰ কণমানি চাহিন

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

মাংকিপক্স কিমান ভয়াৱহ? মৃত্যু ঘটিব পাৰে নেকি এই ৰোগত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd