DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

গতিশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা এটা শক্তি প্ৰকল্পৰ বাবে চুক্তি মেঘালয় চৰকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2017 9:57 pm
74
VIEWS
Share on FacebookShare on Twitter

উন্নত প্ৰযুক্তিকৌশল প্ৰয়োগ কৰি গতিশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা এটা শক্তি প্ৰকল্প স্থাপনৰ বাবে মেঘালয় চৰকাৰ আৰু ৰিনিউ জুল প্ৰাইভেট লিমিটেডৰ মাজত আজি শ্বিলঙত এক চুক্তি স্বাক্ষৰিত হয়।

চুক্তিখন মুখ্য মন্ত্ৰী মুকুল চাংমা আৰু মেঘালয় চৰকাৰৰ শক্তিবিভাগৰ বিষয়া আৰু ৰিনিউ জুল প্ৰাইভেট লিমিটেডৰ প্ৰতিনিধিৰ উপস্থিতিত স্বাক্ষৰিত হয়। ৰিনিউ জুল প্ৰাইভেট লিমিটেডৰ প্ৰতিনিধিকেইজনৰ মতে এই প্ৰযুক্তিকৌশলক ক্ল’জড লুপ ভাৰ্টিকেল টাৰ্বাইন (Closed Loop Vertical Turbine) বুলি জনা যায়।

জানিব পৰা মতে প্ৰস্তাৱিত শক্তি প্ৰকল্পটো দেশৰে নহয় সমগ্ৰ এছিয়াৰ ভিতৰত এই ধৰণৰ প্ৰথমটো প্ৰকল্প।

‘এই নতুন প্ৰযুক্তিটোৱে প্লাবিতা আৰু  মাধ্যাকৰ্ষণিক বলৰ নীতিৰ ভিত্তিত কাম কৰিব’, এজন প্ৰতিনিধিয়ে কয়।

তেওঁলোকে জনায় যে এক মেগাৱাট বিদ্যুতৰ বাবে প্ৰায় ৮ কোটি টকা খৰচ পৰিব আৰু কোম্পানীটোৱে নিচেই কমেও ১০০ মেগাৱাট উৎপাদনৰ লক্ষ্য লৈছে।

প্ৰথমে ২৪ মেগাৱাট ৰিভয় জিলাৰ বৰ্ণিহাতত উৎপাদন কৰা হ’ব। আন দুটা স্থানৰ ভিতৰত আছে মেণ্ডিপথাৰ আৰু আমপতি।

মেঘালয় শক্তি বিভাগ আৰু কোম্পানী দুয়োটাকে অভিনন্দন জনাই মুখ্য মন্ত্ৰী মুকুল চাংমাই কয় যে মেঘালয় হ’ল এনেকুৱা ঠাই, য’ত ব্যৱসায় কৰা সহজ আৰু এই পদক্ষেপে এটা ইতিহাস সৃষ্টি কৰিব আৰু সমগ্ৰ বিশ্বৰ পৰাই বিনিয়োগকাৰীক আকৰ্ষণ কৰিব।

‘মেঘালয়ে বিশ্বৰ বিভিন্ন কোণৰ লোকক বিনিয়োগৰ স্থান হিচাপে আকৰ্ষণ কৰিব পৰাটো এটা ডাঙৰ সফলতা।’ মুখ্য মন্ত্ৰীজনে কয়।

Recent News

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Supreme Court slams Nupur Sharma: ‘দেশত যি ঘটিছে তাৰ বাবে একমাত্ৰ নুপুৰ শৰ্মা দায়ী’: উচ্চতম ন্যায়ালয়ৰ তীব্ৰ ভৎৰ্সনা

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Health benefits of the Indian blackberry: এতিয়া জামু খোৱাৰ বতৰ; তাৰ কেইটামান উপকাৰিতাৰ বিষয়ে জানো আহক

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Amartya Sen: দেশৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ শংকিত অমৰ্ত্য সেন! দেশৰ অনৈক্যতাত উদ্বিগ্ন নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকী

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd