• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

‘গাওঁলৈ বলক’ অভিযান আৰম্ভ কৰাৰ বাবে সাজু মণিপুৰ

সভাপতি চামম by সভাপতি চামম
April 6, 2018 11:10 am
Go-to-village-manipur-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা মাহৰ পৰা আৰম্ভ কৰিবলগীয়া প্ৰস্তাৱিত ‘গাওঁলৈ বলক’ অভিযান সম্পৰ্কীয় এখন সভাত  ৰাজ্যৰ চৰকাৰী বিষয়াবৰ্গক সম্বোধন কৰি প্ৰদান কৰা এটা ভাষণত মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে প্ৰকাশ কৰিছে যে বিগত এটা বছৰত মণিপুৰৰ মৰ্চা চৰকাৰখনৰ প্ৰচেষ্টা আৰু কৃতকাৰ্যতাক কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু মুখ্য মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচুৰ প্ৰশংসা কৰিছে।

বৃহস্পতিবাৰে জিলাৰ উপায়ুক্তসকল আৰু বিভাগীয় মুৰব্বীসকলকে ধৰি ৰাজ্যখনৰ শীৰ্ষস্থানীয় বিষয়াবৰ্গক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে কয় যে এনেধৰণৰ কাৰ্যসূচীত চৰকাৰৰ কৃতকাৰ্যতা ৰাজ্যখনৰ জনসাধাৰণৰ সমৰ্থন, সহযোগিতা আৰু আশীৰ্বাদৰ বাবে সম্ভৱ হৈ উঠে।

Apply Now

ৰাজ্যখনক দেশৰ ভিতৰতে বিকাশৰ ক্ষেত্ৰত এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ বিষয়ববীয়াসকল আৰু মণিপুৰৰ শীৰ্ষস্থানীয় বিষয়াসকলৰ সহায় আৰু সহযোগিতা আশা কৰে।

তেওঁ আৰু ঘোষণা কৰে যে ‘গাওঁলৈ বলক’ অভিযান সম্পৰ্কত এপ্ৰিলৰ ৮ তাৰিখে ইম্ফলৰ মহানগৰ সন্মীলন কেন্দ্ৰত এখন মত বিনিময় অনুষ্ঠান আৰু আলোচনাচক্ৰৰ আয়োজন কৰা হ’ব।

২০১৮ চনৰ মে’ মাহৰ প্ৰথম সপ্তাহত আৰম্ভ হ’বলগীয়া ‘গাওঁলৈ বলক’ অভিযানৰ সফল প্ৰযোগৰ পৰিকল্পনাসমূহ বাচনি কৰাৰ বাবে মত বিনিময় অনুষ্ঠানত সকলো কেবিনেট মন্ত্ৰী, প্ৰশাসনিক সচিব, উপায়ুক্ত, বিভাগীয় মুৰব্বী আৰু অন্যন্য শীৰ্ষস্থানীয় বিষয়াসকলৰ উপস্থিতি অত্যন্ত জৰুৰী বুলি তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয় যে পূৰ্বতে আফিঙৰ খেতি কৰা কৃষকসকলক চৰকাৰে বিকল্প জীৱিকাৰ সন্ধান দিব।

তেওঁ আৰু কয় যে যে বিশেষকৈ গাওঁ অঞ্চলত বাস কৰা প্ৰতিশ্ৰুতিসম্পন্ন উদ্যোগীসকলক চৰকাৰে চিনাক্ত কৰি উৎসাহ প্ৰদান কৰিব।

তেওঁ আৰু কয় যে অতি শীঘ্ৰেই গাওঁসমূহৰ আন্তঃগাঁথনিৰ বিতং জৰীপ সম্পন্ন কৰা হ’ব আৰু উপায়ুক্তসকলক নিৰ্দেশ দিয়ে যাতে তেওঁলোকে ৰাজ্যখনৰ প্ৰতিখন জিলাতেই এই অভিযানৰ বিষয়ে এটা সজাগতাৰ সৃষ্টি কৰে।

তেওঁ আশ্বাস দিয়ে যে যে ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে আৰম্ভ কৰা এই ‘গাওঁলৈ বলক’ অভিযানৰ বাবে ধনৰ নাটনি কৰা নহ’ব।

এই আলোচনাচক্ৰত উপ মুখ্যমন্ত্ৰী য়ুনাম জয়কুমাৰেও বক্তব্য ৰাখে। আলোচনাচক্ৰখনত উপস্থিত আছিল নিৰ্মাণ মন্ত্ৰী থ’ বিশ্বজিত, গ্ৰাহক পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী কৰম শ্যাম, বন মন্ত্ৰী থ্য শ্যামকুমাৰ, ক্ৰীড়া মন্ত্ৰী লেটপাও হাওকিপ, লমাজ কল্যাণ মন্ত্ৰী নেমছা কিপগেন, ৰাজ্যৰ মুখ্য সচিব ড০ সুৰেশ বাবু আৰু ৰাজ্য চৰকাৰৰ অন্যন্য শীৰ্ষস্থানীয় বিষয়াবৰ্গ।

সভাত বহুতো বিষয়াই ‘গাওঁলৈ বলক’ অভিযন বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকৰ পৰামৰ্শ আৰু মতামত ব্যক্ত কৰে।

সভাপতি চামম

সভাপতি চামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd