• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল কুন্তলৰাজ চক্ৰৱৰ্তী : যাত্ৰাৰ সাক্ষী হৈ ৰোৱা নৰ্থ-ইষ্ট নাওক কৃতজ্ঞতা জ্ঞাপন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2018 9:30 am
6ab3d76a-8598-4088-bbc1-d5f926a1798f
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেণ্ডোলিন বাদনক এক নিচা হিচাপে গ্ৰহণ কৰা কুন্তলৰাজে গীণনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল।

কুন্তলৰাজ চক্ৰৱৰ্তীৰ এই সাফল্যৰ পিছত তেওঁৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ কয়, ‘’যোৱা ২৪ ডিচেম্বৰৰ নিশা ৮ বজাৰ পৰা ২৫ ডিচেম্বৰৰ নিশা ১২ বজালৈকে প্ৰায় ২৮ ঘন্টা মেণ্ডোলিন বজাইছিলো। সৰ্বমুঠ ৪০০ হিন্দী আৰু ইংৰাজী গীতৰ মেণ্ডোলিনত সুৰ তুলিছিলো। যোৱা ১২ মাৰ্চ তাৰিখে তেওঁলোকৰ ফালৰ পৰা ই-মেইলযোগে গীনিজ ৰেকৰ্ডচত স্থান লাভ কৰা কথা জানিবলৈ দিয়ে। আনুষ্ঠানিকভাবে মোক এই প্ৰমাণ-পত্ৰ প্ৰদানৰ দিনটো বৰ্তমানলৈকে মোক জনোৱা নাই।‘’

Apply Now

তেওঁ ২৮ ঘন্টা মেণ্ডোলিন বজাইছিল যদিও গীনিজ ৱৰ্ল্ড ৰেকৰ্ডচৰ তৰফৰ পৰা ২৪ ঘন্টা ৪১ মিনিট ধাৰ্য কৰিলে বুলি তেওঁ জানিবলৈ দিয়ে।

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডচত স্থান লাভৰ যাত্ৰাৰ প্ৰতিটো বাতৰি প্ৰচাৰ কৰাৰ লগতে তেওঁৰ  যাত্ৰাৰ সাক্ষী হৈ ৰোৱা নৰ্থ ইষ্ট নাওক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে কুন্তলৰাজে।

পুনৰবাৰ নতুন এক অভিলেখ সৃষ্টিৰ দিশে আগবঢ়া কুন্তলৰাজে নৰ্থ ইষ্ট নাওক কয়, ‘’মই ১ চেকেণ্ডত ২৭ টা নোটচ তুলিম বুলি গীনিজ বুকত আবেদন কৰিছিলো। তেওঁলোকে মোৰ আৱেদন গ্ৰহণ কৰিছে তথা তেওঁলোকৰ পৰা নিয়মাৱলীখন আহিলেই মই এই কাম আৰম্ভ কৰিম। মই ইয়াক এক নতুন প্ৰত্যাহ্বান হিচাপে লৈছো।‘’

তেওঁ ইতি পূৰ্বেই ইণ্ডিয়ান বুক অব ৱ’ৰ্ল্ড ৰেকৰ্ড, গ’ল্ডেন বুক অব ৱ’ৰ্ল্ড ৰে’কৰ্ডত হাইস্পীড মেণ্ডলিন বাদনৰ বাবে স্থান পাইছে। আনহাতে, গীনিজ বুক অব ৰেকৰ্ডচত হাইস্পীড মেণ্ডোলিন বজোৱাৰ প্ৰস্তাব দিছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁৰ প্ৰস্তাব গ্ৰহণ নকৰিলে। তাৰ পিছতে তেওঁ গীনিজ ৱৰ্ল্ড কৰ্তৃপক্ষক দীৰ্ঘতম সময়ৰ বাবে একেৰাহে মেণ্ডোলিন বাদন কৰাৰ প্ৰস্তাব দিয়াত অনুমতি দিয়ে।

IMG_20180314_151117

সৰুৰে পৰা মেণ্ডোলিন বাদনৰ প্ৰতি আগ্ৰহ থকা কুন্তলৰাজে ১৯৭৯ চনৰে পৰা মেণ্ডোলিন বাদনৰ সৈতে জড়িত থকা বুলি  জানিবলৈ দিয়ে।

তেওঁৰ মেণ্ডোলিন বাদনৰ যাত্ৰা সন্দৰ্ভত কয় ‘’মই ইতিপূৰ্বে অসমীয়া আৰু বাংলা ভাষাৰ গীতত মেণ্ডোলিন বাদন কৰিছিলো। লগতে পুৰণি অসমীয়া গায়ক বহুকেইজনৰ সৈতে মেণ্ডোলিন বজাইছিলো। মই কেইদিনমান পূৰ্বে জামাই বৰণ নামৰ বাংলা ভাষাৰ চিনেমাৰ গীতত মেণ্ডোলিন বজাইছিলো। পশ্চিমবংগত কুন্তলৰাজ নাইট নামৰ এটা অনুষ্ঠানত প্ৰায় ৩ ঘন্টা মই মেণ্ডোলিন বজাইছিলো। তদুপৰি ব্ৰাজিলৰ এটি গীততো মেণ্ডোলিন বজোৱাৰ সুযোগ পাইছিলো।‘’

শৈশৱ কালতে তেওঁ মহানগৰীৰ ৰাজগড়ৰ জনি জোচেফৰ ওচৰত দুবছৰ মেণ্ডোলিন বাদনৰ প্ৰশিক্ষণ লৈছিল বুলি মন্তব্য কৰে।

মেণ্ডোলিন বাদনক নিজৰ এক নিচা হিচাপে লোৱা বুলি মন্তব্য কৰি কুন্তলে কয়, ‘’পূৰ্বতে মই মেণ্ডোলিন বাদনক পেচা হিচাপে লৈছিলো যদিও বৰ্তমান এয়া মোৰ এক নিচা। কিন্তু ভবিষ্যতে সম্ভব হ’লে ইয়াক পেচালৈ ৰূপান্তৰিত কৰিবৰ বাবে চেষ্টা কৰিম।‘’

তদুপৰি, তেওঁক ইণ্ডিয়া বুক অফ ৰেকৰ্ডচৰ তৰফৰ পৰা উত্তৰ- পূৰ্বাঞ্চলৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া বুলি কুন্তলৰাজে জানিবলৈ দিয়ে।

আনহাতে, এপ্ৰিল মাহৰ পৰা তেওঁ জুৰোড তিনিআলিৰ কে ৰাজ মিউজিক একাডেমী নামৰ এখন প্ৰতিষ্ঠান মুকলি কৰিব বুলি জানিবলৈ দিয়ে। এই প্ৰতিষ্ঠানত তাঁৰ বাদ্য বিশেষকৈ গীটাৰ, ভায়’লিন আৰু মেণ্ডোলিন বাদনৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিব পৰা গৈছে।

তেওঁৰ গীনিজজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ আঁৰত থকা তেওঁৰ পৰিয়ালৰ লগতে জুৰোড তিনিআলিৰ ব্যৱসায়ী সন্থাক ধন্যবাদ জ্ঞাপন কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd