DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুঃ বিশ্ববিঃ চৌহদত ‘ভাষাৰ ওজা’ হেমচন্দ্ৰ বৰুৱাৰ মূৰ্তি স্থাপন; ভাষাবিদ ড০ শ্ৰী গোলোকচন্দ্ৰ গোস্বামীলৈ বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 11:07 pm
Guwahati- Hemchandra Barua Memorial DayBronze statue of Linguistics Doyen Hem Chandra Barua inaugurated during award distribution and Statue inauguration programme Hemchandra Barua Memorial Day celebrated at Gauhati University in Guwahati on 01-05-18. Pix by UB Photos
151
VIEWS
Share on FacebookShare on Twitter

‘ভাষাৰ ওজা’, বিশিষ্ট অসমীয়া অভিধান ‘হেমকোষ’ৰ প্ৰণেতা তথা আজীৱন কুসংস্কাৰৰ বিৰুদ্ধে যুঁজা হেমচন্দ্ৰ বৰুৱাৰ ১২২ সংখ্যক মৃত্যু দিৱসত আজি ১ মে’ত তেওঁৰ এটা মূৰ্তি গুৱাহাটী বিশ্ববিদ্যালয় ( GU )ত উন্মোচন কৰা হয়। ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ আৰু হেমকোষ প্ৰকাশনে প্ৰথম বাৰৰ বাবে প্ৰদান কৰা ‘হেমচন্দ্ৰ বৰুৱা ভাষা সাহিত্য সাধনা বঁটা’ আৰু ‘দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা’ও আজিৰ অনুষ্ঠানতে ভাষাবিদ ডঃ গোলোকচন্দ্ৰ গোস্বামী আৰু ইলোৰা বিজ্ঞান মঞ্চলৈ আগবঢ়োৱা হয়।

‘সাদিন-প্ৰতিদিন গোষ্ঠী’ আৰু হেমকোষ প্ৰকাশনৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত ভাস্কৰ্য্য শিল্পী বিজু কুমাৰ দাসে নিৰ্মাণ কৰা এই মূৰ্তিটো উন্মোচন কৰে সাহিত্য একাডেমিৰ অধ্যক্ষ চন্দ্ৰশেখৰ কাম্বাৰে।

ভাষাবিদ গোস্বামীলৈ আগবঢ়োৱা বঁটা গ্ৰহণ কৰি ‘অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ প্ৰসাৰ, প্ৰচাৰ আৰু প্ৰগতিৰ কাৰণে ব্যয় কৰিবলৈ’ বঁটাত আগবঢ়োৱা ২ লাখ টকা তেওঁ পুনৰ ‘সাদিন-প্ৰতিদিন গোষ্ঠী’ আৰু হেমকোষ প্ৰকাশনৰ হাততে প্ৰত্যৰ্পন কৰে।

সমাজৰ পৰা কুসংস্কাৰ আৰু অন্ধবিশ্বাস দূৰীকৰণৰ বাবে কাম কৰি অহা ইলোৰা বিজ্ঞান মঞ্চলৈ ১ লাখ টকা আৰু প্ৰশস্তি পত্ৰ আগবঢ়োৱা হৈছে।

অসমৰ সাহিত্য, সাংবাদিকতা আৰু সমাজ জীৱনৰ বহুসংখ্যক জনাজাত ব্যক্তি অনুষ্ঠানটোত উপস্থিত আছিল।

Recent News

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত ভাৰাতীয়াই দাৰে ঘপিয়াই হত্যা কৰিলে ঘৰৰ মালিকক

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

গুৱাহাটীত বিপদসীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ, শংকিত নৈপৰীয়া ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

ঠিকাদাৰলৈ বাট নাচাই গাঁঠিৰ ধন ভাঙি কোটিটকীয়া আৱন্টিত চটাই চিনাতলী পথ মেৰামতিত নামিল ৰাইজ

New case against Lalu Prasad Yadav

পুনৰ দুৰ্নীতিৰ গোচৰত সাঙোৰ খালে লালু প্ৰসাদ যাদৱ: চি বি আইৰ গোচৰত অভিযুক্ত লালুৰ পৰিয়ালৰ সদস্যও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd