DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুপ্তহত্যাৰ পুনৰ আগমণ! ইংগিত হ’ব পাৰে ৰেৱতী ফুকনৰ নিৰুদ্দেশ : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 3, 2018 6:36 pm
Why didn't Akshay Kumar ask Modi about his wife? Asks Former Assam CM Gogoi

তৰুণ গগৈৰ ফাইল ছবি।

111
VIEWS
Share on FacebookShare on Twitter

ৰেৱতী ফুকনৰ নিৰুদ্দেশ অসমত পুনৰ গুপ্তহত্যাৰ আগমণৰ ইংগিত হ’ব পাৰে। ৰাজ্যৰ আইন-শৃংখলা ৰক্ষাত বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি দাবী কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ ( Tarun Gogoi )য়ে আজি ৩ মে’ত সংবাদমেলযোগে এই আশংকা ব্যক্ত কৰিছে।

‘ভাৰত চৰকাৰৰ চোৰাংচোৱা বিভাগ, আৰক্ষী, চৰকাৰ, গৃ্হ বিভাগ’ সকলোৰে সৈতে সম্বন্ধ থকা ৰেৱতী ফুকন এগৰাকী বিশিষ্ট নাগৰিক বুলি উল্লেখ কৰি গগৈয়ে কয় ‘এই মানুহজন আজি সন্ধানহীন হৈ আছে, আমাৰ মুখ্য মন্ত্ৰীয়েও একো নাজানে, ডি জি পিয়েও একো নাজানে।’

যোৱা ২২ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হোৱা ৰেৱতী ফুকনৰ আজিলৈকে শুংসূত্ৰ উলিয়াব নোৱৰাটোৱে চোৰাংচোৱা বিভাগ সম্পূৰ্ণ বিফল হোৱাটোকে প্ৰমাণ কৰিছে বুলিও গগৈয়ে মন্তব্য কৰে।

ৰাজ্যত আলফাৰ সদস্যভৰ্তি, ধনদাবী, এন ডি এফ বি সংবিজিতৰ কাৰ্য্যকলাপ আদি বাঢ়িছে বুলি দাবী কৰি গগৈয়ে প্ৰশ্ন কৰে ‘এইবোৰে আজি কি সংকেত দিছে? লাহে লাহে ২০০১ চনৰ আগলৈ যোৱাৰহে এটা ইংগিত দিছে।’

উল্লেখযোগ্য যে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে দেউতাকৰ নিৰুদ্দেশ এক ৰাজনৈতিক অপহৰণ বুলি যোৱা শুকুৰবাৰে সংবাদ মাধ্যমত আগত দাবী কৰিছিল।

‘তেওঁক পৰিকল্পিতভাৱে অপহৰণ কৰা হৈছে’ বুলি দাবী কৰি কৌশিক ফুকনে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ ৰেৱতী ফুকনে শেহতীয়াকৈ চলোৱা প্ৰচেষ্টাৰ কথা উল্লেখ কৰিছিল।

পৰেশ বৰুৱা আলোচনাত বহিলে কাৰোবাৰ স্বাৰ্থ বিঘ্নিত হ’ব পাৰে আৰু আলফাৰ নামত চলাই থকা ব্যৱসায়টো বন্ধ হৈ যাব পাৰে ভাবিয়েই সেই শক্তিয়ে দেউতাকক অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰিছিল ৰেৱতী ফুকনৰ পুত্ৰই।

ৰেৱতী ফুকনৰ সন্ধান চলোৱাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিয়াৰ পিছত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই ইয়াৰ তদন্ত চলাই থকা বুলি সদৰী কৰিলেও এতিয়ালৈকে তেওঁৰ কোনো শুংসূত্ৰ আৰক্ষীয়ে উলিয়াব পৰা নাই।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd