• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ সাংবাদসেৱীসকলৰ প্ৰথমখন সমাৱেশ

NE NOW NEWS এন ই নাও নিউজ
, March 17, 2018 1:07 pm

1 min read

EU-Media-Futures-Forum-pic_0-570x320
96
VIEWS
Share on FacebookShare on Twitter

নৰ্থ ইষ্ট য়ুনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ (এন ই ইউ ডব্লিউ জে) তৰফৰ পৰা জনোৱা হৈছে যে  সস্থাটোৰ  প্ৰথমখন সমাৱেশ অহা ২৫ মাৰ্চৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব।

শুকুৰবাৰে এন ই ইউ ডব্লিউ জেৰ পৰা প্ৰেৰণ কৰা এটা প্ৰেছ ৰিলিজৰ জৰিয়তে এই কথা জনোৱা হৈছে।

প্ৰান্তিক আলোচনীৰ সম্পাদক, প্ৰখ্যাত সাংবাদিক প্ৰদীপ বৰুৱাই এই সমাৱেশখন উদ্বোধন কৰিব।

কেইবা দশক ধৰি ধৰি অসমৰ আন এখন জনপ্ৰিয় হৈ চলি থকা আলোচনী ‘বিষ্ময়’ৰ সম্পাদক শশী ফুকনে স্মৃতিগ্ৰন্থখন উন্মেোচন কৰিব আৰু আৰু জ্যেষ্ঠ সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

নৰ্থ ইষ্ট য়ুনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ সভাপতি জয়কান্ত শৰ্মাই মুকলি সভাত সভাপতিত্ব কৰিব সাংবাদিক সস্থাটোৰ তৰফৰ পৰা জনোৱা হৈছে। এই মুকলি সভাত মেঘালয়ৰ লাইটফাং ছিকিমৰ বিজয় গুৰুং, মণিপুৰৰ ছভাপতি ছমম, নাগালেণ্ডৰ পিৰিপ ছুমি, অৰুণাচল প্ৰদেশৰ কেন্টেৰ জয়া ৰিবা, ত্ৰিপুৰাৰ ছাজিদ আলী, মিজোৰামৰ মালছাওমপুইয়া আদিকে ধৰি  উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইগৰাকী সাংবাদিক উপস্থিত থাকিব।

নৰ্থ ইষ্ট য়ুনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টৰ সাধাৰণ সম্পাদক মনোজ অগস্তিয়ে সংস্থাটোৰ তৰফৰ পৰা সকলো সংবাদসেৱী আৰু সংবাদ মাধ্যমক এই সমাৱেশত যোগদান দিয়াৰ বাবে আমন্ত্ৰণ জনাইছে।

Recent News

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী মোদীয়ে

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী পঞ্চাশোৰ্দ্ধৰ ব্যক্তিৰ কৰুণ মৃত্যু

WhatsApp Image 2021-01-21 at 4.10.00 PM

ছেৰাম ইনষ্টিটিউটত অগ্নিকাণ্ড; কোভিশ্বিল্ডৰ সুৰক্ষাক লৈ সৃষ্টি হৈছে উদ্বিগ্নতা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

সংকটজনক অৱস্থাত জি এম চি এইচত চিকিৎসাধীন বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd