• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত অনুসূচিত জাতিৰ মৰ্যাদাৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ ধৰ্মঘট

মুকুট দাস by মুকুট দাস
June 25, 2018 4:43 pm
Protest for ST status in Guwahati
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে গুৱাহাটীৰ লক্ষীৰাম বৰুৱা ক্ষেত্ৰত ৩ঘণ্টা এটা জোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। সংগঠনটোৱে কোঁচ ৰাজবংশীসকলৰ অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰি এই ধৰ্ণা কাৰ্যসূচী পালন কৰে।

নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা বাৰ্তালাপত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সম্পাদক হিমু ৰাজবংশীয়ে কয় , ”আমি ১৯৬৭ৰ পৰাই অনুসূচিত জনজাতি মৰ্যাদাৰ বাবে দাবী কৰি আহিছোঁ। কিন্তু কোচ ৰাজবংশীসকললৈ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰ চৰকাৰে কনো উদ্যোগ গ্ৰহণ কৰা নাই।”

Apply Now

৬টা সম্প্ৰদায়ক জনজাতি মৰ্যাদা প্ৰদান কৰা বিষয়ত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে প্ৰদান কৰা বিতৰ্কিত মন্তব্যৰ সন্দৰ্ভত হিমু ৰাজবংশী তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কয় যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ১০১৬চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

কোচ ৰাজবংশী সন্মিলনীৰ ভাৰপ্ৰাপ্ত উপ সভাপতি সুনীল কুআৰ বৰ্মনে চৰকাৰক প্ৰশ্ন কৰে, ”আমি আমাৰ পৰিচয় বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে কিয়?”

”জনজাতি মৰ্যাদা আমাৰ আইনী দাবী।”  বৰ্মনে দাবী কৰে। তাৰোপৰি, প্ৰতিবাদকাৰীসকলে ২০১৯চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কোচসকলৰ জনজাতীয় মৰ্যাদা প্ৰদান কৰাৰ বাবে দাবী জনায়।

দুয়োগৰাকী নেতাই ঘোষণা কৰে যে যদিহে চৰকাৰে কোচসকলক জনজাতি মৰ্যাদা প্ৰদান নকৰে, তেন্তে তেনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে।

হিমু ৰাজবংশীয়ে আৰু কয় যে কোচ ৰাজবংশীৰ জনজাতি মৰ্যাদা প্ৰদান কৰা নহলে অতি শীঘ্ৰেই তেওঁলোকে জন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

নেতাসকলে কয় যে দেশৰ ৰাজধানীত অনুষ্ঠিত কৰিবলগীয়া ধৰ্ণা কাৰ্যসূচীৰ তাৰিখ এতিয়াও স্থিৰ কৰা হোৱা নাই।

প্ৰতিবাদীসকলে ধৰ্ণাৰ সময়ত ‘বিজেপি চৰকাৰ গো বেক’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘বিজেপি চৰকাৰ মিথ্যাচাৰী’ ‘অনসূচিত মৰ্যাদা অবিহনে বিশ্ৰাম লোৱা নহ’ব’ আদি ধ্বনি দিয়ে।

প্ৰতিবাদকাৰীসকলে কোচ জনজাতিসকলৰ সাংস্কৃতিক, আৰ্থ-সামাজিক আৰু সাহিত্য আদি দিশসমূহৰ উন্নতিৰ বাবে ২০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰাৰ বাবেও দাবী জনায়।

প্ৰতিবাদকাৰীসকলৰ আন এটা দাবী হৈছে ৰাজবংশী ভাষাক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাটো।

সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ মহিলা আৰু যুৱক দুয়োটা শাখাই অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সম্বোধন কৰা এখন স্মাৰকপত্ৰ কামৰূপ জিলাৰ (মহানগৰ) উপায়ুক্তৰ হাতত অৰ্পণ কৰে।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd