• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

গুৱাহাটীত অৰুণাচলৰ প্ৰাক্তন গৃহ মন্ত্ৰীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গুৱাহাটী , December 6, 2017 12:55 pm

1 min read

গুৱাহাটীত অৰুণাচলৰ প্ৰাক্তন গৃহ মন্ত্ৰীক গ্ৰেপ্তাৰ
65
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহ মন্ত্ৰী তাকাৰ মাৰ্ডেক কালি দিচপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কৰ্মৰত এজন যান-বাহন আৰক্ষীৰ জোৱানক কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে ইয়াৰ আগতেও তেওঁৰ কাৰ্যকালত বাহন ৰখোৱাক লৈ এগৰাকী কৰ্মৰত যান-বাহন বিষয়াৰ লগত তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱাৰ অভিযোগ আছে। তেওঁক ৩৫৩/২৯৩৪/৫০৬ আই পি চিৰ ধাৰাত গ্ৰেপ্তাৰ কৰা বুলি দিচপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে। চৰকাৰী বিষয়াক কৰ্মৰত অৱস্থাত অভব্য আচৰণ কৰাৰ অপৰাধত ৩৫৩ নং ধাৰাৰ অধীনত জামিনবিহীন গোচৰ ৰুজু কৰে। অৱশ্যে বাকী দুটা ধাৰাৰ জামিন পোৱাৰ সম্ভাৱনা আছে। দিচপুৰ থানাৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে মাৰ্ডেক ন্যায়িক জিম্মালৈ  প্ৰেৰণ কৰা হৈছে।

Recent News

WhatsApp Image 2021-01-16 at 5.08.15 PM

বেটে-বলে উজলিল ৰিয়ান পৰাগ; মুস্তাক আলী ট্ৰফীত বংগক হৰুৱালে অসমে

index.jpga

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কাজিৰঙাৰ এনিমেল কৰিড’ৰৰ আৱৰ্জনা পৰিষ্কাৰ

images

গাঁওখনৰ প্ৰায় কোনোৱে কাণেৰে নুশুনে, ইংগিতেৰে কথা কয়! চাওক ক’ত আছে এইখন গাঁও

Farhan Majid

মাত্ৰ ২০ বছৰ বয়সতে সন্ত্ৰাসজৰ্জৰিত কাশ্মীৰী যুৱকৰ কণিষ্ঠতম পাইলট হোৱাৰ যোগত্য লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd