DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ; অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 21, 2018 9:12 am
গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ; অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে
72
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কেন্দ্ৰীয় সশস্ৰ পুলিচ বলৰ উদ্যোগত আৰু “ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ”, “পতঞ্জলি যোগ পীঠ”, “আৰ্ট অৱ লিভিং” তথা “ভাৰতীয় প্ৰাকৃতিক চিকিৎসা আৰু যোগ সংস্থা”ৰ সহযোগত গুৱাহাটীৰ ভৰলুমুখস্থিত সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়।

প্ৰায় পাঁচ শতাধিক লোকৰ অংশ গ্ৰহণেৰে পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টাল আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকে।

অনুষ্ঠানত অংশলৈ বিজয় গোৱেলে কয়, “যোগ এতিয়া কেৱল হিন্দুস্তানতে সীমাবদ্ধ থকা নাই, এতিয়া বিশ্বব্যপি যোগৰ চৰ্চা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগক সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত কৰাৰ যি প্ৰয়াস কৰিলে ইয়াৰ দ্বাৰা তেওঁ এক সংস্কাৰ দিলে”।

যোগ কোনো ধৰ্মৰ লগত জড়িত নহয় বুলি উল্লেখ কৰি তেওঁ যোগক মানুহৰ জীৱনৰ এক অংশ কৰি ল’বলৈ আহ্বান জনায়। ভাষনৰ আৰম্ভনীতে তেওঁ শংকৰদেৱৰ জন্মস্থানত এনে কাৰ্যসূচীত অংশ গ্ৰহন কৰিবলৈ পাই সন্তুষ্টি ব্যক্ত কৰে।

পুৱা প্ৰায় ৭.৪৫ বজাত যোগ দিৱস কাৰ্যসূচীৰ সামৰণি পৰে।

Recent News

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল গুৱাহাটীত “কৃত্ৰিম বান নোহোৱা হ’ল” পিছে এজাক বৰষুণতে এয়া কি?

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd