DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ কয়লা মাফিয়া ৰামবিলাস সিঙ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2018 1:19 pm
rambilash singh
144
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত ভয়ংকৰ ৰূপত গঢ় লৈ উঠিছে অবৈধ কয়লা খনন। সমান্তৰালভাবে কয়লা মাফিয়া চক্ৰইও বৃদ্ধি কৰিছে নিজৰ নিজৰ প্ৰভাৱ। ৰাজ্যত কয়লাৰ ছিণ্ডিকেটে তোলপাৰ লগাই থকাৰ সময়তে গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে এজন কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে মহনগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা কয়লা মাফিয়াজন উত্তৰ প্ৰদেশৰ ৰামবিলাস সিঙ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা অনুসৰি আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কয়লাভৰ্তি ডাম্পাৰসহ চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আৰু এই গ্ৰেপ্তাৰৰ পাছতেই প্ৰাথমিক অনুসন্ধানত সৰবৰাহকাৰী কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰীৰ ন-মাইলৰ পৰা কয়লা মাফিয়া সিঙক গ্ৰেপ্তাৰ কৰা হয়।

স্মৰ্তব্য যে ক্ষেত্ৰী আৰু যোৰাবাট আৰক্ষীয়ে এক যৌথ অভিযান চলায় কয়লা মাফিয়া সিঙক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি কয়লা মাফিয়াজনক জেৰা অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে ক্ষেত্ৰী আৰক্ষীয়ে।

মনকৰিবলগীয়া যে উত্তৰ-প্ৰদেশৰ লোক অসমলৈ আহি কিদৰে কয়লাৰ চোৰাং বেহা চলায় যাব পাৰে সেয়া লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰোপৰি কিছু সচেতন মহলে এই সম্পৰ্কত কয়লা মাফিয়াই নিজৰ ব্যৱসায় সুৰক্ষিত কৰি ৰাখিবৰ বাবে ৰাজনৈতিক মহল, বিশেষকৈ শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ নেতা-পালিনেতাক হাতত ৰখাৰ লগতে নিয়মীয়াকৈ বৃহৎ পৰিমানৰ ধনৰ যোগান ধৰি আহে বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।

Recent News

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

জঘন্য : মৰিয়নীত চলন্ত ৰে’লৰ পৰা দলিয়াই দিয়া হ’ল ৭ বছৰীয়া শিশুক!

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

ৰাছিয়াই উৰুৱাই দিলে ইউক্ৰেইনৰ বান্ধ, বানে বুৰাই পেলালে কেইবাখনো গাঁও

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

 মহানগৰত ১৪ বছৰেও সম্পূৰ্ণ নহ’ল পানী যোগান প্ৰকল্প

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd