DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটীত বনৰজা সিংহ পোহাৰ সুযোগ, ১ লাখ টকা দি পোহক অসম গৌৰৱ এশিঙীয়া গঁড়

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2018 7:35 pm
গুৱাহাটীত বনৰজা সিংহ পোহাৰ সুযোগ, ১ লাখ টকা দি পোহক অসম গৌৰৱ এশিঙীয়া গঁড়
173
VIEWS
Share on FacebookShare on Twitter

১ লাখ টকা দিলে পুহিব পাৰিব অসম গৌৰৱ এশিঙীয়া গঁড়। বনৰজা সিংহ বা বাঘ, হাতী বা হিপপ’তেমাছ পোহক ৭৫ হাজাৰ টকাত। গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানে ( Assam State Zoo cum Botanical Garden ) আগবঢ়াইছে এই বিশেষ সুবিধা।

সম্পূৰ্ণ বৈধ এই সুবিধা। এই সমূহ জন্তুৰ উপৰি চিৰিয়াখানাখনত থকা বিবিধ প্ৰজাতিৰ জন্তু, চৰাই আদি বছৰি এক নিৰ্দিষ্ট ধনৰাশিৰ বিনিময়ত তুলি লোৱাৰ সুবিধা আগবঢ়াইছে চিৰিয়াখানাখনে।

৫০ হাজাৰ টকাত ঘঁৰিয়াল, নাহৰফুটুকী আদি, ৩০ হাজাৰত বান্দৰ, শিয়াল আদি, ২৫ হাজাৰত হৰিণা, কাছ, অজগৰ আদি, ২০ হাজাৰত পেলিকান, শগুণ আদি, ১০ হাজাৰত মইনা, সাৰেং চৰাই আদি আৰু ৫ হাজাৰত মাছোৰোকা, কুলী, ফেঁচা আদি তুলি লোৱাৰো সুবিধা আগবঢ়োৱা হৈছে।

কোনো ব্যক্তিয়ে চিৰিয়াখানাৰ কোনো জন্তু, চৰাই আদি তুলি ল’লে তেওঁক তাৰবাবে বিভাগীয় প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।

তুলি লোৱা জীৱটো ৰখা গঁড়ালৰ সমুখভাগত তুলি লওঁতাজনৰ নাম লিখা থাকিব আৰু চিৰিয়াখানাৰ বিভাগীয় ফে’ছবুক পৃষ্ঠাত তুলি লোৱা জীৱটোৰ সৈতে তুলি লওঁতাগৰাকীৰ ছবি প্ৰদৰ্শন কৰা হ’ব।

তাৰোপৰি তুলি লওঁতাগৰাকীৰ ধনৰাশিৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি তেওঁ মনোনীত কৰা ৫ গৰাকী লোকক বছৰ জুৰি চিৰিয়াখানা দৰ্শনৰ বাবে বিনামূলীয়া প্ৰৱেশ পত্ৰও দিয়া হ’ব।

তুলি ল’ব পাৰিব, খালী চৰ্ত হ’ল ঘৰলে নিব নোৱাৰিব তুলি লোৱা জীৱ।

Recent News

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd