• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ‘ভাৰত নেট’ ৰূপায়ণ সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সন্মিলন সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 16, 2018 6:30 pm
যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মনোজ সিনহাই 'ভাৰত নেট' ৰূপায়ন সম্পৰ্কীয় সন্মিলনত অংশ লৈছে।

যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মনোজ সিনহাই 'ভাৰত নেট' ৰূপায়ন সম্পৰ্কীয় সন্মিলনত অংশ লৈছে।

151
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভাৰত নেট আৰু অন্যান্য প্ৰধান টেলিকম প্ৰকল্প ৰূপায়ণ সম্পৰ্কে এখন সন্মিলন সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হৈ যায়। এই সন্মিলনখন আছিল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ মাজত।

ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ সহযোগিতাত সাধাৰণ লোক, প্ৰতিষ্ঠান আৰু গ্ৰামাঞ্চলৰ লোকৰ বাবে ব্যয়সাধ্য ব্ৰ’ডবেণ্ড সেৱা আগবঢ়োৱাই হৈছে এই প্ৰকল্পটোৰ লক্ষ্য।

যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী মনোজ সিনহাই ভাৰতৰ প্ৰথম ছেটেলাইট সংযোগী মেঘালয়ৰ গাওঁ পঞ্চায়তখনৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ভাৰত নেট প্ৰকল্পৰ ব্যৱহাৰ কৰি মণিপুৰৰ গাওঁ পঞ্চায়তত ১০০ ৱাই ফাই উদ্বোধন কৰে।

অনুষ্ঠানত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, অসমৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্য সচিবসকল, টেলিকম মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, ভাৰত ব্ৰ’ডবেণ্ড নেটৱৰ্ক আৰু ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে।

ভাৰত নেট বিশ্বৰ বৃহৎ গ্ৰাম্য ব্ৰ’ডবেণ্ড প্ৰকল্প বুলি উল্লেখ কৰি কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী মনোজ সিনহাই কয় যে দেশৰ লক্ষ্য আৰু অভিযান হৈছে বিছিন্ন হৈ থকা অঞ্চলক সংযোগ কৰি ভাৰতক সংযোগ কৰা প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ লক্ষ্যত উপনীত হোৱা।

তেওঁ ভাৰত নেটৰ দ্বিতীয় পৰ্যায়ত ব্ৰ’ডবেণ্ড নেটৱৰ্কৰ সৈতে ২ লাখ ৫০,০০০ গাওঁ পঞ্চায়তক সংযোগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি জানিব দিয়ে।

 

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd