• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীত ৮-১৩ জুলাইত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 20, 2018 10:23 am

1 min read

RBKInternationalAcademy

প্ৰতিনিধিত্বমূলক ছবি

102
VIEWS
Share on FacebookShare on Twitter

অসমত ৰেটিং দবা প্ৰতিযোগিতাৰ সংখ্যা বৃদ্ধিৰ উদ্দেশ্য আগত ৰাখি যোৱা বছৰৰ দৰে এইবছৰো দবা খেলুৱৈৰ অভিভাৱক মঞ্চই গুৱাহাটীত আয়োজন কৰিছে  আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা টুৰ্ণামেণ্ট।

এই সন্দৰ্ভত মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজক সমিতিৰ সম্পাদক লাচিত বৰ্মন, উপ-সভাপতি এম অৰুণ সিং, সাংগঠনিক সম্পাদক প্ৰণৱ কুমাৰ নাথ আৰু সদস্য ডাঃ দেৱজিৎ শৰ্মাই এখন সংবাদমেলত এই কথা ঘোষণা কৰে।

অহা ৮ ৰ পৰা ১৩ জুলাইলৈ গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত হ’ব লগা এই প্ৰতিযোগিতাৰ মুঠ প্ৰাইজমানি হ’ব ৩ লাখ টকা।

ইতিমধ্যে এই ফিডে ৰেটিং দবা প্ৰতিযোগিতাখনক বিশ্ব দবা ফেডাৰেচন, সৰ্বভাৰতীয় দবা ফেডাৰেচন আৰু অসম দবা সন্থাই স্বীকৃতি প্ৰদান কৰিছে।

প্ৰতিযোগিতাখনত অসমৰ লগতে দিল্লী, তামিলনাডু, পশ্চিমবংগ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ কেইবাজনো গ্ৰেণ্ড মাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰে অংশগ্ৰহণ কৰাটো নিশ্চিত হোৱা বুলি আয়োজকে প্ৰকাশ কৰে।

ইয়াৰ উপৰি আগ্ৰহী খেলুৱৈয়ে অহা ৫ জুলাইৰ পূৰ্বে ৯৪৩৫০-৪৪৩০১ অথবা ৯৮৬৪৯-১১৯৬ নম্বৰত যোগাযোগ কৰি প্ৰতিযোগিতাখনত যোগদান নিশ্চিত কৰিব পাৰিব বুলি জনায়।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd