• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ মাজ মজিয়াত ট্ৰাক চালকৰ দৌৰাত্ম্য; ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল কৰ্তব্যৰত আৰক্ষী কনিষ্টবলৰ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 22, 2018 5:49 pm

1 min read

গুৱাহাটীৰ মাজ মজিয়াত ট্ৰাক চালকৰ দৌৰাত্ম্য; ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল কৰ্তব্যৰত আৰক্ষী কনিষ্টবলৰ
83
VIEWS
Share on FacebookShare on Twitter

মহানগৰীত ট্ৰাক চালকৰ দৌৰাত্ম্য নতুন কথা নহয়। ট্ৰাক চালকৰ দৌৰাত্ম্যৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱাৰ দৰে ঘটনাও প্ৰায়ে সংঘটিত হৈ আহিছে।

তেনে এক ঘটনাই সংঘটিত হ’ল দিছপুৰ ৰাজধানী মছজিদৰ সমীপত। শনিবাৰে নিশা প্ৰায় ২ মান বজাত উদণ্ড ট্ৰাকচালকৰ খুন্দাত প্ৰাণ গ’ল আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্য্যালয়ত কৰ্মৰত এগৰাকী আৰক্ষী কনিষ্টবল।

দিছপুৰ আৰক্ষীয়ে আমাক জনোৱা অনুসৰি মৃত আৰক্ষী কনিষ্টবল নয়ন দাস(২৬)ৰ ঘৰ ক্ষেত্ৰীৰ মালৈবাৰীত।

জানিব পৰা মতে কনিষ্টবল গৰাকীয়ে এখন এচিভাৰ বাইকেৰে চিঠি কঢ়িয়াই লৈ গৈ আছিল ডি জি পি কাৰ্য্যালয়লৈ। যোৱাৰ পথত গণেশগুৰিৰ ৰাজধানী মছজিদৰ সমীপতে এখন দ্ৰুতবেগী ট্ৰাকে বাইকৰ সৈতে মহতিয়াই নিয়ে আৰক্ষী কনিষ্টবলজনক। দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় কনিষ্টবলজন।

ঘটনাস্থলীত লগে লগে দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে।

দিছপুৰ আৰক্ষীয়ে জনোৱা মতে ট্ৰাকখনত ধৰিবৰ বাবে আৰক্ষীয়ে চেষ্টা কৰিছিল যদিও বৰষুণৰ সুযোগ লৈ ট্ৰাকখনে পলায়ন কৰে

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd