DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ মেট্ৰ’ কমিউনিটিয়ে অনুষ্ঠিত কৰিব লিংগ সমতাৰ বিষয়ে মুকলি আলোচনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2018 2:20 pm
she-for-change-570x320
140
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মেট্ৰ’ কমিউনিটিয়ে ‘চি ফৰ চেইঞ্জ’ৰ সহযোগত অহা ৫ ফেব্ৰুৱাৰীত লিংগ সমতাৰ বিষয়ত এখন মুকলি আলোচনা চক্ৰ আৰু ‘চি টক্চ’ শীৰ্ষক নামেৰে প্ৰেৰণামূলক কৰ্মশালাৰ আয়োজন কৰিছে।

গুৱাহাটী আৰ্টিষ্ট গীল্ডত আবেলি ৪ বজাৰ পৰা অনুষ্ঠানটো আৰম্ভ হ’ব। অনুষ্ঠানটো সকলোৰে বাবে মুকলি থাকিব।

লিংগ সমতাৰ ওপৰত এক সুস্থ আলোচনাৰ লগতে সমাজত সৃষ্টি কৰা সমস্যাসমূহ তথা ইয়াৰ সমাধানৰ ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হ’ব।

অনুষ্ঠানটোত সামাজৰ বিশিষ্ট ব্যক্তিৰ অনুপ্ৰেৰণামূলক আলোচনা, কাহিনী কোৱা পৰ্ব আৰু যৌন আতিশয্যৰ সমস্যাৰ বিষয়ত সুস্থ বিতৰ্ক থাকিব।

নিজৰ জীৱনত ইতিবাচক বা নেতিবাচক প্ৰভাৱ পোলোৱা কোনো কাহিনী যদি কোনোৱে প্ৰকাশ কৰিব বিচাৰে তেতিয়াহ’লে তেওঁলোকৰ বাবে সুৰক্ষা আগবঢ়োৱা হ’ব।

মানুহৰ মনলৈ কেনেদৰে পৰিৱৰ্তনসমূহ আনিব পাৰি তাৰ মুকলি আলোচনা আৰু খেল ধেমালিৰো আয়োজকসকলে ব্যৱস্থা কৰিছে যাতে অনুষ্ঠানটো এটা একক মত-বিনিময়ৰ অভিজ্ঞতা হৈ পৰে।

Recent News

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd