DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ সমান্তৰালভাৱে হাফলঙতো ৫০খন বিছনাযুক্ত ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
June 18, 2018 10:27 pm
Haflong

হাফলঙত ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ দৃশ্য।

85
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ১৯খন কৰ্কট প্ৰতিষ্ঠানৰ আজি কেন্দ্ৰীয়ভাৱে গুৱাহাটীত আধাৰশিলা স্থাপনৰ সমান্তৰালভাৱে হাফলঙতো ইয়াত স্থাপন হ’ব লগীয়া ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰৰ আধাৰশিলা তথা ভূমিপূজন আনুষ্ঠানিকভাৱে কৰা হয়। হাফলং অসামৰিক চিকিৎসালয় চৌহদত স্থাপিত এই ইণ্টেনছিভ কেন্সাৰ কেয়াৰ চেণ্টাৰটো ৫০খন বিছনাযুক্ত হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে আজি গুৱাহাটীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাৰ উপস্থিতিত ৰাজ্যত নতুনকৈ স্থাপন হ’ব লগীয়া ১৯খন কেন্সাৰ চিকিৎসালয়ৰ আধাৰশিলা খানাপাৰাৰ পশু চিকিৎসাবিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্থাপন কৰা হয়।

এই চিকিৎসালয়কেইখন অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টে যুটীয়াভাৱে গঠন কৰা আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেইশ্যনৰ অধীনত স্থাপন কৰিবলৈ লোৱা হৈছে।

হাফলঙত আধাৰশিলা আৰু ভূমিপূজন অনুষ্ঠানটোত স্থানীয় বিধায়ক বি বি হাগজেৰ, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাছা উপাধ্যক্ষ আজি এইচ্ছ বি ছেত্ৰী, কাৰ্য্যবাহী সদস্য কুলেন্দ্ৰ দাউলাগুপু, কাৰ্য্যবাহী সদস্য ইহুইন পানমে, উপায়ুক্ত অমিতাভ ৰাজখোৱা, উত্তৰ কাচাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ সচিব টি টি দাউলাগুপু, উপ সচিব এম জে থাওচেন আৰু অন্যান্য বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

আনহাতে হাফলঙৰ অনুষ্ঠানটোত গুৱাহাটীৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ দৃশ্যাংশ দৃশ্য-শ্ৰব্য ৰূপত দেখুওৱা হয়।

Recent News

6 MONTH OLD BABY GETS TATTOOED!

বিশ্বজুৰি জনপ্ৰিয় হৈছে আমেৰিকাৰ ছয় মহীয়া শিশু ট্ৰলিন: জনপ্ৰিয়তাৰ আঁৰত কি!

digital rape

সাত বছৰ ধৰি কিশোৰীক ডিজিটেল ধৰ্ষণ: অভিযুক্ত স্কেচ শিল্পীক গ্ৰেপ্তাৰ

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

ৰাজগড়ত মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd