DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটত চিকিৎসালয়তে আত্মহত্যাৰ চেষ্টা কিশোৰীৰ : অভাৱী শ্ৰমিক পিতৃ-মাতৃৰ বোজা কমোৱাৰ প্ৰয়াস

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2018 6:08 pm
suicide

প্ৰতিনিধিত্বমূলক ফটো।

85
VIEWS
Share on FacebookShare on Twitter

বৃহস্পিতবাৰে গোলাঘাটৰ এখন চিকিৎসালয়ত সংঘটিত দুৰ্ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে।

উল্লেখযোগ্য যে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চাৰিদিন পূৰ্বে ভৰ্তি কৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে চিকিৎসালয়খনৰ প্ৰথম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰে।

প্ৰাপ্ত তথ্য মতে কিশোৰী গৰাকীক পৰিয়ালৰ লোকে চাৰিদিন পূৰ্বে চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল। কিন্তু কিশোৰী গৰাকী আৰোগ্য হোৱা নাছিল।

আনহাতে উন্নত চিকিৎসাৰ বাবে পদুমণি চাহ বাগিচাৰ শ্ৰমিক হিচাপে কৰ্মৰত কিশোৰী গৰাকীৰ পিতৃ-মাতৃৰ প্ৰয়োজনীয় ধনৰ অভাৱ হৈছিল। এই কথা কিশোৰীগৰাকীয়ে জানিব পাৰি  হতাশাত ভোগাৰ লগতে মানসিকভাৱে ভাগি পৰিছিল।

ফলত কিশোৰী গৰাকীয়ে আজি চিকিৎসালয়খনৰ পৰা প্ৰথম মহলাৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা কৰে।

আত্মহত্যাৰ চেষ্টা কৰা কিশোৰীগৰাকী বৰ্তমান গুৰুতৰপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংজ্ঞাহীন অৱস্থাত আছে। কিশোৰী গৰাকীয়ে মূৰত আৰু কঁকালত গুৰুতৰভাৱে আঘাত পোৱাত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

Recent News

Bharat Jodo Yatra

দেশৰ অৱস্থাক লৈ অধিক চিন্তিত হোৱাৰ বাবেই ভাৰত জোড়ো যাত্ৰাত যোগদান!

BBC documentary on Modi

বিবিচিৰ তথ্যচিত্ৰ প্ৰদৰ্শনক কেন্দ্ৰ কৰি উত্তপ্ত দিল্লী বিশ্ববিদ্যালয়: আটক কেইবাগৰাকীও শিক্ষাৰ্থী

China covid

ক’ভিদ সন্ত্ৰাস: চীনক দক্ষিণ কোৰিয়াৰ মোক্ষম আঘাত!

Lakhimpur Kheri case

কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ লখিমপুৰ খেৰী হত্যাকাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd